ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বিশ্ব ঐতিহ্য সপ্তাহ- ২০১৯ উপলক্ষে স্থানীয় যুৱদল প্ৰেক্ষাগৃহত আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰত্নতত্ব, জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ঐতিহাসিক, সাংস্কৃতিক, পৰ্যটন আদিৰ ক্ষেত্ৰত থকা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি চাৰিওখন জিলাৰ বাবে মুঠ ৪৫০ কোটি টকাৰ পুঁজি ঘোষণা কৰে।

8621dd35 cbe6 41ef 9dcc bbb5c5a36a16 | ASSAM TIMES POST

এই পুঁজিৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধীনত ১০০ কোটি টকাকৈ তথা মুখ্যমন্ত্ৰীৰ পূজিত ৫০ কোটি টকা থাকিব। জিলা সমূহে এই পুঁজি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, ক্রীড়া, পৰ্যটন আৰু কৌশল বিকাশৰ দিশত ব্যয় কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। পুৰাতত্ত্বিক স্থান আৰু কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাইজৰ সহযোগিতা অতিকৈ অপৰিহাৰ্য্য বুলিও তেওঁ মন্তব্য কৰে।

নিজ বক্তব্যত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ শলাগ লয়।

জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই তেওঁৰ ভাষণত Soulful Sivasagar অভিযানত অধীনত জিলা প্ৰশাসনৰ উদ্যোগত প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ লগতে এই সমূহৰ প্ৰচাৰৰ মাধ্যমেৰে পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে চমু আভাস দাঙি ধৰে।

প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলিয়ে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে।

আলোচনা চক্ৰ খনিত মূল ভাষণ প্ৰদান কৰে ভাৰতীয় পুৰতত্ব সৰ্বেক্ষণৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ডঃ নিজামুদ্দিন তাহেৰে। সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ আটাইতকৈ কণিষ্ঠ প্ৰত্নতত্ববিদ আৰ্ছ্ আলী, ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ ডাঃ জাহ্নবী গগৈ নাথ, নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰপাত্ৰ গোহাঁই, কৰ্মশ্রী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ শিখামণি কোঁৱৰ, গড়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ডঃ মঞ্জুমণি গগৈ ধৰ, কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ব বিভাগৰ সহকাৰী অধ্যাপক ডঃ মঞ্জিল হাজৰিকা, স্থানীয় সাংবাদিক নবীন বুঢ়াগোহাঁই আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ প্ৰবীণ শৰ্মাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ডঃ নীলকমল সিঙে।

4bf60050 d079 4005 b234 bf1d510055f3 | ASSAM TIMES POST

এই অনুষ্ঠানত উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মী কান্ত মহন্তৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে আজি পুৱা ৬ বজাত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰংঘৰৰ পৰা তলাতল ঘৰ, জয়দৌল হৈ পুনৰ ৰংঘৰলৈ এক ঐতিহ্য যাত্ৰা (Heritage Walk) অনুষ্ঠিত হয়। এই যাত্ৰাত মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলি, আলোচনা চক্ৰত অংশগ্ৰহণ কৰা সমল ব্যক্তি সকল, জিলা প্ৰশাসনৰ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বাহিনী, স্কাউট এণ্ড গাইড, এন চি চি, বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত প্ৰাচীন কীৰ্তিচিহ সমূহৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx