ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২৪ ঘন্টাৰ পিছতো হত্যাকাৰী গ্ৰেপ্তাৰ নহল!ডিব্ৰুগড়ত ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখিলে। নিহত পৰিয়াললৈ ৰাজ্য চৰকাৰৰ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য:মৃতদেহ লৈ থানা ঘেৰাও

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
২৪ ঘন্টাৰ পিছতো হত্যাকাৰী গ্ৰেপ্তাৰ নহল!ডিব্ৰুগড়ত ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখিলে। নিহত পৰিয়াললৈ ৰাজ্য চৰকাৰৰ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য:মৃতদেহ লৈ থানা ঘেৰাও

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

পত্নী আৰু দুগৰাকীকৈ জীয়ৰীক এৰি যোৱা ওমপ্ৰকাশৰ শেষকৃত্য অনেক

গুনমুগ্ধ আৰু শুভাকাংশীৰ উপস্থিতি আজি সন্ধ্যা চৌকিডিঙী ৰাজহুৱা শ্মশানত সমাপন কৰা হয়।

বিভাস দুৱৰা 

ডিব্ৰুগড় : ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ অতি ব্যস্ত অঞ্চল গ্ৰেহাম বজাৰত ফূট গধুলিতে সংঘটিত হোৱা গুলী চালনাৰ ঘটনাত নিহত ব্যক্তি ওমপ্ৰকাশ আগৰৱালাৰ হত্যাকাৰীৰ কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে।২৪ ঘন্টা সময় উকলি যোৱাৰ পিছতো হত্যাকাৰীৰ সম্ভেদ নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ।

অতি নিৰ্জন আৰু ষ্ট্ৰীট লাইট নথকাৰ সুযোগ লৈ ওমপ্ৰকাশক এখন বুলেটত অহা দুজন হেলমেট পৰিধানকাৰী দুৰ্বিত্তই নিজ ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত গুলীয়াই হত্যা কৰি নিৰ্বিঘ্নে পলায়ন কৰিছিল।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচি টিভিত কিছু দৃশাংশ প্ৰত্যক্ষ কৰাৰ লগতে দুজন নাম প্ৰকাশত অনিশ্ছুক প্ৰত্যক্ষদৰ্শীয়ে এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে।কালি ঘটনা সংঘটিত হোৱা সময়ত প্ৰত্যক্ষদৰ্শী দুজন প্ৰায় ওচৰতে আছিল যদিও আন্ধাৰ হোৱাৰ বাবে তথা ফুল মাস্ক হেলমেট পৰিধান কৰি অহাৰ বাবে চিনাক্ত কৰিব নোৱাৰিলে।

WhatsApp Image 2019 11 20 at 7.09.21 PM | ASSAM TIMES POST

তেওঁবিলাকে জনোৱা মতে ওমপ্ৰকাশ আগৰৱালাৰ লগত থকা এটা বেগ টনা আজোৰা কৰি থকাৰ লগতে দুটা গুলীৰ শব্দ শুনিছিল।লগে লগে ওমপ্ৰকাশ আগৰৱালাই এটা চিঞৰ মাৰি ৰাষ্টাৰ ওপৰত তলমুৰ কৰি পৰি গৈছিল।লগে লগে কাষলৈ দৌৰি গৈছিল যদিও দুৰ্বিত্ত দুটা মটৰচাইকেল ঘুৰাই পলায়ন কৰিছিল।গ্ৰেহাম বজাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাহাজ ৰাম পথ তথা গ্ৰেহাম বজাৰ ঈদগ্ৰাহ ময়দানৰ কাষতে তথা মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ৰ হোষ্টেলৰ কাষতে থকা বেৰীয়া হাউচৰ ভাড়াতীয়া ওমপ্ৰকাশ আগৰৱালাৰ ভাড়া গৃহৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত উক্ত লোমশৰ্ষক ঘটনাটো সংঘটিত হৈছিল।”বিনায়ক ফ্লৰ মিল’ আৰু ‘কমলা ফ্লৰ মিলৰ’ৰ হৈ বেপাৰীৰ পৰা ধন সংগ্ৰহ কাৰী ব্যক্তি ওমপ্ৰকাশৰ ওচৰত কালি প্ৰায় দুই লাখ টকা আছিল।

উক্ত ধন কাঢ়ি নিয়া তথা ডকাইতি কাণ্ডৰ বাবেই হয়তো দুৰ্বীত্তই গুলিয়াই হত্যা কৰিছিল ওমপ্ৰকাশক।নাইবা কোনো নিষিদ্ধ ঘোষিত সংঘঠনে ধনদাবী কৰি দাবী কৰা ধন ঘুৰাই নোপোৱাৰ বাবেও ওম প্ৰকাশ আগৰৱালাক হত্যা কৰাৰ বহু স্থল আছে।অৱশ্যে আৰক্ষী তদন্তৰ শেষতহে সমগ্ৰ ঘটনাৰাজি পোহৰলৈ আহিব বুলি ৰাইজে উৎকন্ঠাৰে আশা ৰাখিছে।ইতিমধ্যে অসম চৰকাৰে নিহত ওমপ্ৰকাশ আগৰৱালাৰ পৰিয়ালৰ বাবে পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে।ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি পৰিয়ালৰ সতে ঘটনাৰ বুজ লোৱাৰ সময়ত বিধায়কে এই কথা অৱগত কৰে।ইফালে এগৰাকী নিষ্ঠাবান কৰ্মচাৰীক ঘাটকে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত সমগ্ৰ ডিব্ৰুগড় চহৰৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান আজি দিনৰ ভাগত বন্ধ ৰখা হয় আৰু মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত এক বিশাল সমদল কৰি ডিব্ৰুগড়ৰ সদৰ থানা ঘেৰাও কৰি জনসাধাৰনৰ নিৰাপত্তা সুনিশ্চিত কৰা,দোষীক শ্ৰীঘেই কৰায়ত্ব কৰি আইনগত ব্যৱস্থা গ্ৰহন কৰা,নিহত পৰিয়ালবৰ্গক ক্ষতিপূৰন আৰু পৰিয়ালৰ লোকক সংস্থাপন প্ৰদান কৰাৰ দাবীৰে থানাৰ চৌহদ উত্তাল কৰি তোলে।ইফালে
পত্নী আৰু দুগৰাকীকৈ জীয়ৰীক এৰি যোৱা ওমপ্ৰকাশৰ শেষকৃত্য অনেক গুনমুগ্ধ আৰু শুভাকাংশীৰ উপস্থিতি আজি সন্ধ্যা চৌকিডিঙী ৰাজহুৱা শ্মশানত সমাপন কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx