ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Appointment letter I ডিফুত প্ৰাথমিক বিদ্যালয়ৰ ১৩৩ শিক্ষকক আনুষ্ঠানিক নিযুক্তি-পত্ৰ প্ৰদান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 2, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST
কাৰবি আংলং (Karbi Anglong) স্বায়ত্তশাসিত পৰিষদৰ (Autonomous Council) প্ৰাথমিক শিক্ষা বিভাগৰ (Department of Primary Education) অধীনত আজি ১৩৩ গৰাকী প্ৰাথমিক শিক্ষকক স্থায়ী শিক্ষকৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰা হয় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন সচিবালয়ত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) উপস্থিতিত শিক্ষকসকলক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়৷ 

নিযুক্তি-পত্ৰ প্ৰদান
প্ৰাথমিক বিদ্যালয়ৰ ১৩৩ শিক্ষকক আনুষ্ঠানিক নিযুক্তি-পত্ৰ প্ৰদান:

অনুষ্ঠানত তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে সাংসদ হৰেণছিং বে’ সন্মানীয় অতিথি হিছাপে উপস্থিত থাকে সভাত পাৰ্বত্য জিলাখনৰ তিনিগৰাকী বিধায়ক পৰিষদৰ সকলো কাৰ্যবাহী সদস্য আৰু এমএচি সকল লগতে বিভিন্ন ছাত্ৰ আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীয়ে আদৰণি ভাষণ প্ৰদান কৰি তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ শিক্ষা বিভাগৰ বৃহৎ পদক্ষেপ আখ্যা দিয়ে ৷ শিক্ষা বিভাগক পথিকৰুপে আগুৱাই নিয়াৰ বাবে আৰু শিক্ষককে নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ টকবীয়ে আহ্বান জনায় ৷ সভাত ভাষণ প্ৰদান কৰি সাংসদ হৰেণছিং বে’য়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বৰ বাবে এয়া সম্ভৱ হোৱা বুলি উল্লেখ কৰি আজি নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক শিক্ষকতা এটা পৱিত্ৰ বৃত্তিৰূপে গ্ৰহণ কৰি কাম কৰিবলৈ আহ্বান জনায় ৷

প্ৰাথমিক শিক্ষকসকলৰ হাততেই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ভৰ কৰে ৷ সেয়ে সকলোকে নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ মুখ্য অতিথিৰ ভাষণত তুলিৰাম ৰংহাঙে নিযুক্তি প্ৰাপ্ত ১৩৩ গৰাকী শিক্ষকক অভিনন্দন জনায় ৷ তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা মৰ্মে আৰু পৰ্যায় ক্ৰমে সকলোকে স্থায়ী শিক্ষক ৰূপে নিযুক্তি প্ৰদান কৰা হ’ব৷

KarbiP1 | ASSAM TIMES POST

শিক্ষকসকলৰ দৰমহা সমস্যা সমাধান হোৱাৰ লগতে শিক্ষকসকলৰ সকলো অভাৱ -অভিযোগ শুনা হব বুলি কয় ৷ শিক্ষাই জীৱন গঢ়াৰ সম্পদ বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, নিযুক্তি প্ৰাপ্ত শিক্ষকসকল নিযুক্তি পোৱা স্থানত একাগ্ৰতাৰে শিক্ষা দান কৰক ৷ শিক্ষাৰ ক্ষেত্ৰত বাণিজ্য আৰু বিজ্ঞান শাখাৰ পৰীক্ষাত জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলে আশাপ্ৰদ ফলাফল লাভ কৰাৰ বিপৰীতে মেট্ৰিক পৰীক্ষাত অন্তিম স্থানত থকাৰ বাবে ক্ষোভ প্ৰকাশ কৰে তুলিৰাম ৰংহাঙে ৷

বিগত সময়ছোৱাত কাৰবি আংলঙৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেডিকেলত উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰাৰ লগতে ইউপিএছচি আৰু এপিএছচি পৰীক্ষাৰ বাবে বিনামূলীয়া কোচিঙৰো ব্যৱস্থা কৰা হৈছে বুলি কয় ৰংহাঙে ৷

Tags: karbi anglongPrimary School Teacher Recruitmentকাৰবি আংলংপ্ৰাথমিক বিদ্যালয় শিক্ষকক নিযুক্তি
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
ADVERTISEMENT
Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত
National-International

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
50
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা
National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ
National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx