ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Lachit Borphukan I লাচিতৰ ওপৰত ৰচনা লিখাই অসম চৰকাৰৰ বিশ্ব অভিলেখ

নিউজ ডেস্কঃ

News Desk by News Desk
March 9, 2023
Reading Time: 1 min read
A A
0
Lachit Borphukan I লাচিতৰ ওপৰত ৰচনা লিখাই অসম চৰকাৰৰ বিশ্ব অভিলেখ

RELATED POSTS

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

অসমৰ মুখ্যমন্ত্ৰী (Chief Minister of Assam) হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৯ মাৰ্চত এজন ব্যক্তিক লৈ সৰ্বাধিক ৰচনা লিখাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ (Guinness World Records) স্বীকৃতিৰ প্ৰমাণ-পত্ৰ (Certificate) লাভ কৰে।

লাচিত
লাচিতৰ ওপৰত ৰচনা লিখাই অসম চৰকাৰৰ বিশ্ব অভিলেখ:

উল্লেখ্য, আহোম সেনা প্ৰধান (Ahom army chief) লাচিত বৰফুকনৰ (Lachit Borphukan) ৪০০ সংখ্যক জন্ম জয়ন্তী (400th Birth Anniversary) উপলক্ষে আয়োজন কৰিছিল এক বিশেষ ৰচনা লিখা প্ৰতিযোগিতা (Essay Writing Competition)। উক্ত প্ৰতিযোগিতাত লাচিতৰ ওপৰত মুঠ ৪২,৯৪,৩৫০ লাখ হাতে লিখা ৰচনা লাভ কৰিৰে চৰকাৰে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ এই বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰিছিল।

মুখ্যমন্ত্ৰীক প্ৰমাণ-পত্ৰ প্ৰদান কৰি গিনিজ বুকৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে আন কোনো অনুষ্ঠান বা ঐতিহাসিক সত্তাই প্ৰায় ৪৩ লাখ হাতে লিখা ৰচনা এতিয়ালৈকে সৃষ্টি কৰা নাই। উল্লেখ্য, এই ৰচনাসমূহ অসমৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ লোকে লিখিছিল।

ইফালে এই স্বীকৃতি-পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ২০২২ চনৰ নৱেম্বৰ মাহত মুকলি কৰা পৰ্টেল আৰু মোবাইল ফোন এপত তেওঁলোকৰ ৰচনা আপলোড কৰি তেওঁৰ ৪০০ সংখ্যক জন্ম জয়ন্তীত কিংবদন্তি আহোম সেনা সেনাধ্যক্ষগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনাইছিল।

চৰকাৰে ৫৭ লাখৰো অধিক ৰচনা লাভ কৰিছিল যদিও গিনিজ কৰ্তৃপক্ষই হাতে লিখা ৰচনাৰ ৪২.৯৪ লাখ ছবি বিবেচনা কৰে।

“কোনো অভিলেখ সৃষ্টিৰ উদ্দেশ্যেৰে এই পদক্ষেপ আৰম্ভ কৰা হোৱা নাছিল। ভাৰতৰ অন্যতম সাহসী বীৰপুত্ৰৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত জনসাধাৰণক অংশগ্ৰহণ কৰাৰ প্ৰয়াস আছিল।” মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “অসম তথা অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। বীৰত্ব আৰু সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন বিষয়ক ‘হাতেলিখা টোকাসমূহৰ সৰ্ববৃহৎ অনলাইন ফটো এলবাম’ৰ বাবে ৰাজ্যখনে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মাননীয় এডজুডিকেটৰ শ্ৰীস্বপ্নিল বাণ্ডোড়কাৰৰ পৰা আজি আনুষ্ঠানিকভাৱে ৰেকৰ্ডৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰি অতিশয় আনন্দিত হৈছোঁ। এই ছেগতে বাণ্ডোড়কাৰ ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উপলক্ষে স্বতঃস্ফূৰ্তভাৱে লিখিত টোকা আগবঢ়োৱাৰ বাবে মই ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ জনগণক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

উল্লেখ্য, অহা এপ্ৰিল মাহত ৰঙালী বিহু উদযাপনৰ সময়ত বিশ্বৰ সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ গঢ়িবলৈও ৰাজ্য চৰকাৰ আগবাঢ়িছে।

বিশ্বজুৰি বিহুক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসম চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জি-২০ প্ৰতিনিধিৰ উপৰিও দেশৰ সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Guinness World RecordLachit Borphukanগিনিজ ৱৰ্ল্ড ৰেকৰ্ডলাচিত বৰফুকন
Share5Tweet3Send

Related Posts

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
51
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
52
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
51
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d