ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court I ভাৰতত বৈধ হʼবনেকি সমলিংগৰ বিবাহ? পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত গোচৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 13, 2023
Reading Time: 1 min read
A A
0
Supreme Court I ভাৰতত বৈধ হʼবনেকি সমলিংগৰ বিবাহ? পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত গোচৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

এইবাৰ উচ্চতম ন্যায়ালয় (Supreme Court)ৰ ৫ জনীয়া ন্যায়াধীশ(five judge)ৰ সাংবিধানিক বিচাৰপীঠ (Bench)লৈ এই গোচৰ। ১৮ এপ্ৰিলত ৫জনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হʼব এই গোচৰৰ। সোমবাৰে আদালতে এই গোচৰটোক মৌলিক গুৰুত্বৰ বিষয় বুলি অভিহিত কৰে।

 সমলিংগৰ বিবাহ
ভাৰতত বৈধ হʼবনেকি সমলিংগৰ বিবাহ:

ভাৰতত সমলিংগ বিবাহ (Same-sex marriage in India)ক আইনী স্বীকৃতি বিচাৰি (Seeking legal recognition) উচ্চতম ন্যায়ালয়ত আবেদন দাখিল (Submission of Application) কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মতামত জানিব বিচাৰিছিল আদালতে। শেহতীয়াকৈ কেন্দ্ৰৰ হৈ এক শপতনামাৰ জৰিয়তে সমলিংগ বিবাহক লৈ আপত্তি প্ৰকাশ কৰিছে কেন্দ্ৰই।

ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে গোচৰটো ৫ জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে। আদালতে কয় যে এই সন্দৰ্ভত যিয়েই সিদ্ধান্ত লোৱা হয়, সমাজত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব।

সমকামিতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিগত সময়ত যুগান্তকাৰী ৰায় দি আহিছে। সেয়া ২০১৮ চনৰ কথা। ভাৰতত সমকামিতা অপৰাধ নহয়- উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ‘এলজিবিটিক’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। এই ৰায়দানৰ পিছত বহুতৰ ধাৰণা যে দেশৰ সমকামী লোকসকল অতিশয় ‘স্বাধীন’ হৈ পৰিছে।

আনকি একাংশ লোকে ভাবে যে সমাজত থকা ভুল ধাৰণাবোৰ বহুখিনি আঁতৰাই পেলোৱা হৈছে। আকৌ সমাজত তথাকথিত সমকামীসকলৰ গ্ৰহণযোগ্যতাও বহুত বাঢ়িছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল। আনকি দেশৰ শীর্ষ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ৰ পাছত দেশত সমলিংগ বিবাহ সংঘটিত হৈছে৷ কলকাতা, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰত এনেধৰণৰ বিবাহৰ খবৰ শিৰোনামলৈ আহিছে।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ৰায়দানৰ পিছত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী তীব্ৰতৰ হৈ পৰে। যদিও কেন্দ্ৰই ইয়াৰ ওপৰত আপত্তি কৰিছে। কেন্দ্ৰৰ মতে, এনে বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ লগত সামঞ্জস্যপূৰ্ণ নহয়।

Tags: Same-sex marriageসমলিংগৰ বিবাহ
Share4Tweet3Send

Related Posts

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

by Staff Reporter
April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

by Staff Reporter
April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

ADVERTISEMENT
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT