ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ
AS 04 K 7001 নম্বৰৰ চেন্ট্ৰ’ গাড়ী আৰু AS 04 S 5902 নম্বৰৰ হিৰ’ স্প্লেণ্ডাৰৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুজন আৰোহী।

আহত ক্ৰমে দীপাংকৰ হাজৰিকা (22) আৰু বাবলু হাজৰিকা ( 25)
দুয়োগৰাকীৰ ঘৰ শিৱসাগৰৰ জেইল গাঁৱত।

দূৰ্ঘটনাটোত হাত চিঙি পৰে বাবলু হাজৰিকা নামৰ লোকজনৰ।
সংকটজনক অৱস্থাত দুয়োকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।













