ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court Declaration I যিকোনো আদালতে যাৱজ্জীৱনকাল নিৰ্ধাৰণ কৰিব পাৰে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 30, 2023
Reading Time: 1 min read
A A
0
Supreme Court Declaration I যিকোনো আদালতে যাৱজ্জীৱনকাল নিৰ্ধাৰণ কৰিব পাৰে

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

যিকোনো সাংবিধানিক আদালতে (Court) তেওঁক কেৱল ১৪ বছৰৰ (নূন্যতম) নহয়, ২০ বা ৩০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দি যাৱজ্জীৱন  কাৰাদণ্ড হিচাপে ঘোষণা কৰিব পাৰে। এই মন্তব্য কৰে বাংগালুৰুত (Bangaluru) এগৰাকী আই টি কৰ্মীক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে (Supreme Court)।

Supreme Court Declaration
যিকোনো আদালতে যাৱজ্জীৱনকাল নিৰ্ধাৰণ কৰিব পাৰে:

২০০৫ চনৰ ১৩ ডিচেম্বৰত যুৱতীগৰাকীৰ কাৰ্যালয়ৰ চালক শিৱকুমাৰে (Shiv Kumar) ঘৰলৈ যোৱাৰ পথত ধৰ্ষণ কৰি হত্যা কৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka High Court) যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে উচ্চতম ন্যায়ালয়লৈ গৈছিল শিৱকুমাৰ।

বুধবাৰে ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ ৰাজেশ বিন্দলৰ  বিচাৰপীঠে শিৱকুমাৰৰ আবেদন খাৰিজ কৰি কয় যে অভিযুক্তৰ মানসিক সংস্কাৰৰ সম্ভাৱনা বিবেচনা কৰি এনে অপৰাধৰ ক্ষেত্ৰত নম্ৰ দৃষ্টিভংগীয়ে ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষয় কৰিব। সেয়ে ৩০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। আচামী পক্ষই যুক্তি আগবঢ়ায় যে মৃত্যুদণ্ডৰ বাহিৰে অন্য ক্ষেত্ৰত এই ধৰণে শাস্তি সলনি কৰা বা নিৰ্ধাৰণ কৰিব নোৱাৰিব।

তাৰ পিছত শীৰ্ষ আদালতে কয় যে যিবোৰ গোচৰত কোনো মৃত্যুদণ্ড জাৰি কৰা হোৱা নাই বা প্ৰস্তাৱ কৰা হোৱা নাই, সেইবোৰ ক্ষেত্ৰতো আদালতে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি জীৱনকালৰ সময়সীমা সলনি বা নিৰ্ধাৰণ কৰিব পাৰে— যিটো ১৪ বছৰতকৈ অধিক, সেই ক্ষেত্ৰত ২০ বছৰ, ৩০ বছৰ বা তাতকৈ অধিক হʼব পাৰে।

Tags: supreme court
Share4Tweet3Send

Related Posts

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT