ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

AIIMS in the Northeast Iউত্তৰ-পূবক প্রথমখন এইমছ উপহাৰ দিলে প্রধানমন্ত্রীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2023
Reading Time: 1 min read
A A
0
AIIMS in the Northeast Iউত্তৰ-পূবক প্রথমখন এইমছ উপহাৰ দিলে প্রধানমন্ত্রীয়ে

RELATED POSTS

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

আজি ৰাইজৰ বাবে দুৱাৰ মুকলি হ’ল এইমছ গুৱাহাটী (Guwahati AIIMS)ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা (Dedicated to peoples) কৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ (first AIIMS in the Northeast)।

পূর্ব পৰিকল্পনা মতেই ১৪ আজি অসম ভ্ৰমণলৈ আহে প্ৰধানমন্ত্ৰী। বৰঝাৰ বিমানবন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই তেওঁক স্বাগতম জনায়। তাৰ পৰা তেওঁ বিশেষ হেলিকপ্টাৰেৰে আই আই টি গুৱাহাটীত অৱতৰণ কৰি তাৰ পৰা এইমছস্থলীলৈ গৈ উদ্বোধন কৰে। উল্লেখ্য, ২০১৭ চনত AIIMS গুৱাহাটীৰ আধাৰশিলা স্থাপন কৰা হৈছিল। নির্মাণ সম্পন্ন হোৱাৰ পিছত উত্তৰে-পূবৰ প্রথম এইমছখনক জাতিৰ উদ্দেশ্যে উছৰ্গা কৰে প্রধানমন্ত্রীয়ে। 

উত্তৰ-পূব
উত্তৰ-পূবক প্রথমখন এইমছ উপহাৰ দিলে প্রধানমন্ত্রীয়ে:

ইয়াৰ উপৰি কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও মেডিকেল কলেজ আৰু হস্পিটেল উদ্বোধন কৰে মোদীয়ে।এই প্রতিখন মেডিকেল কলেজত আছেছে ইনডোৰ, আউটডোৰ, আইসি4ইউ, জৰুৰী সেৱাসহ অপাৰেচন থিয়েটাৰ আৰু ৫০০ খনকৈ বিছনা। আনহাতে, এইমছ গুৱাহাটী উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশত ১৫ খন নতুন এইমছৰ কাম আৰম্ভ হৈছে। লগতে তেওঁ জনায়, বিজেপিৰ নীতি হৈছে প্ৰথমে জাতি, প্ৰথমে দেশবাসী।

বিজেপি চৰকাৰৰ নীতি কোনো স্বার্থপৰতা দ্বাৰা নির্ধাৰিত নহয় বুলিও তেওঁ উল্লেখ কৰে।উল্লেখযোগ্য যে আজি ৰাজ্যত প্রায় ১.১ আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা কার্ড বিতৰণ কৰিব মোদীয়ে। লগতে বৃহস্পতিবাৰে বিশ্ব ৰেকৰ্ড সৃষ্টি কৰা বিহুও উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AIIMSguwahatiaiimsPremeministerএইমছপ্রধানমন্ত্রী
Share4Tweet3Send

Related Posts

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
51
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
52
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d