ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলঙত সৌৰশক্তি প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধিতা : জেচিচিপিএৰ সংবাদমেল

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 19, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

কাৰ্বি আংলং (Karbi Anglong) জিলাৰ লংকাইজান (Lankaijan)ত এক হাজাৰ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ (Solar Power Plant) বাবে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা এপিডিচিএল (APDCL)ক দুহাজাৰ বিঘা ভূমি (Land) দিবলৈ লোৱা বুলি দাবী কৰি‌ পৰিষদৰ এনে পদক্ষেপৰ বিৰোধিতা কৰিছে জেচিচিপিএ (JCCPA)ই। সংগঠনটোৰ আহ্বায়কদ্বয় ক্ৰমে ছয়ছিং ৰংপি, খৰছিং টেৰণ আৰু সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে আজি বিহুত এক সংবাদমেলৰ আয়োজন কৰি এই কথা‌ উল্লেখ কৰে। কাৰ্বি আংলঙ জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে স্বায়ত্বশাসিত পৰিষদ দায়ৱদ্ধ যদিও পৰিষদে জধে মধে পৰিষদৰ ভূমি দান কৰিবলৈ লোৱা বুলি অসন্তুষ্টি প্ৰকাশ কৰি জনজাতীয় এলেকাৰ ভূমিৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহীসদস্যক আহ্বান জনায়।

jcbap 1 | ASSAM TIMES POST

আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত সঘনে উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰি সীমান্তবাসীক শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু জিলা প্ৰশাসনক সীমান্ত এলেকাটোৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

লগতে যোৱা ১৭ এপ্ৰিলত অসম-মেঘালয় সীমান্তৰ মুথাডেত খাছী দুৰ্বৃত্তই অসমৰ এন্ট্ৰি টেক্স গেট লণ্ডভণ্ড কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষ আৰু বিজেপিৰ নেতাসকলে কোনো খবৰ নোলোৱা কাৰ্যক ৰহস্যজনক বুলি কয় ৷ লগতে সীমান্ত সমস্যা সমাধান কৰিবলৈ ৰাজনৈতিক হেঁচাৰ সৃষ্টি কৰিবলৈ জেচিচিপিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়৷

Tags: JCCPAkarbi anglongকাৰ্বি আংলঙজেচিচিপিএ
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
ADVERTISEMENT
Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা
National-International

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
50
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত
National-International

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
50
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা
National-International

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026
50
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ
National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

Trump praised Modi : কি গুণে মোদীক অন্য ভাৰতীয় নেতাৰ পৰা পৃথক কৰে, ট্ৰাম্পৰ ব্যাখ্যা

June 20, 2026
Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

Congress leader murder case : মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতাৰ হত্যা গোচৰ, ২০ বছৰত ১২৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026
Ram Mandir inauguration I ৰাম মন্দিৰ উদ্বোধনৰ পিছতো হ’ব পাৰে গোধৰা আৰ্হিত আক্ৰমণ! উদ্ধৱ থাকৰেৰ আশংকা

Uddhav Thackeray I দলক বচাবলৈ নেতৃত্ব ত্যাগ কৰিবলৈও প্ৰস্তুত উদ্ধৱ থাকৰে

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx