মন্ত্ৰিত্বৰ পৰা পদত্যাগ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীকে ধৰি ১১জনৰ : সন্ধিয়া শপত ল’ব ৪৩ জনীয়া নতুন মন্ত্ৰী পৰিষদে
নিউজ ডেস্কঃ বুধবাৰে সন্ধিয়া হ’ব বহু চৰ্চিত মোদী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ৰদবদল৷ লগতে সন্ধিয়াই শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ...
















