ডিফুত জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিৰুধিতা, মূল্যবৃদ্ধি ৰোধ স্বায়ত্ত শাসনৰ দাবীলৈ চিপিআই (এমএল) কে ধৰি কেইবাটাও সংগঠনৰ ধৰ্ণা
ASSAM TIMES POST ডিফুঃ জম্মু কাশ্মীৰত প্ৰযোজ্য হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭০ অনুশ্ছেদ বাতিলৰ বিৰোধিতা কৰাৰ লগতে শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ...
















