ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Shah Rukh Khan I কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব?

নিউজ ডেস্কঃ

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0
Shah Rukh Khan I কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব?

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত অৱশেষত প্ৰকাশ পালে শ্বাহৰুখ খানৰ (Shah Rukh Khan) প্ৰথমখন ‘পেন ইণ্ডিয়ান’ (Pan Indian) অৰ্থাৎ অল ইণ্ডিয়া ছবি ‘জৱান’ৰ (Jawan) মুক্তিৰ তাৰিখ। ছবিখনৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। কিন্তু অনুৰাগীৰ উৎসাহ বৃদ্ধি পোৱাৰ পাছতো বাৰে বাৰে উজুটি খাইছে ‘জৱান’। ছবিখনৰ মুক্তিৰ তাৰিখক লৈ কেইবাবাৰো বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

প্ৰথম অৱস্থাত শ্বাহৰুখৰ ছবিখন জুন মাহত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল। ইয়াৰ পিছত পোষ্ট প্ৰডাকচন আৰু ভিএফএক্সৰ কামৰ বাবে তাৰিখটো পিছুৱাই দিয়া হʼল, আৰু আগষ্ট মাহত মুক্তিৰ গুণাগঁথা চলিছিল। যোৱা মে’ মাহত ‘জৱান’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছিল। ৭ ছেপ্টেম্বৰত বলীউডৰ কিং ‘জৱান’ ৰূপে ডাঙৰ পৰ্দালৈ ঘূৰি আহিব। তাৰ পূৰ্বে ছবিখনৰ প্ৰচাৰৰ আভাস কেতিয়া দেখা পাব? বৰ্তমান তাৰকাগৰাকীৰ অনুৰাগীয়ে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।

কিং খানৰ ‘জৱান’
কিং খানৰ ‘জৱান’ৰ মুক্তিৰ টিজাৰ কেতিয়া মুকলি হ’ব:

‘জৱান’ৰ চেটৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে। আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ‘জৱান’ৰ মোচন পোষ্টাৰো। ইমান দিনে অনুৰাগীসকলে কেৱল ইয়াতেই সন্তুষ্ট হʼবলগীয়া হৈছে। কিন্তু আৰু নহয়। খবৰ, জুলাই মাহৰ আৰম্ভণিতে মুক্তি পাবলৈ গৈ আছে ছবিখনৰ প্ৰথম টিজাৰ। শুনা গৈছে যে শ্বাহৰুখ আৰু পৰিচালক এটলীয়ে ৭ জুলাইত মুকলি কৰিব ‘জৱান’ৰ প্ৰচাৰমূলক টিজাৰ।

তথ্য অনুসৰি, ফিল্মমেকাৰসকলে বিশেষ অতিথিৰ উপস্থিতিত চেন্নাইত ‘জৱান’ৰ প্ৰচাৰমূলক স্নিক পিক লঞ্চৰ পৰিকল্পনা কৰিছে। তাৰ ওপৰত ভিত্তি কৰি এই তাৰিখটো অলপ পিছুৱাব পাৰে। কিন্তু অনুৰাগীয়ে আৰু বেছি সময় অপেক্ষা কৰিব নালাগে। ৭ জুলাইত নহ’লেও, ১৫ জুলাইত শ্বাহৰুখৰ প্ৰথমখন পেন ইণ্ডিয়ান চলচ্চিত্ৰ প্ৰচাৰৰ আভাস মুক্তি পাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JawanShahRukhKhanজৱানশ্বাহৰুখখান
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
50
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ
National-International

Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

August 20, 2026
50
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d