ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Jawan I মুক্তিৰ ২১ দিন পূৰ্বেই ডুবাইত ‘জোৱান’ৰ ধুমুহা

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0
Jawan I মুক্তিৰ ২১ দিন পূৰ্বেই ডুবাইত ‘জোৱান’ৰ ধুমুহা

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

‘পাঠান’ৰ ছমাহৰ পাছত এইবাৰ আহি আছে ‘জোৱান’ (Jawan)। শ্বাহৰুখ খানৰ (Shah Rukh Khan) পুনৰ একচন আৰু মনোৰঞ্জনেৰে ভৰপূৰ এখন ছবি। ‘জোৱান’ৰ আনুষ্ঠানিক ঘোষণাৰ পিছৰে পৰা দৰ্শক আৰু অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছে। যোৱা ১০ জুলাইত ছবিখনৰ প্ৰিভিউ মুক্তি পোৱাৰ পিছত এই উত্তেজনা বাঢ়িছে।

অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘জোৱান’ (‘Jawan’ release on September 7)। মুক্তিৰ বাবে এমাহো বাকী নাই। গতিকে বাদশ্বাহৰ অনুৰাগীসকলে এতিয়া ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ মাজতে ইউএইত ‘জোৱান’ৰ টিকটৰ আগতীয়া বুকিং আৰম্ভ হৈছে।

মুক্তিৰ ২১ দিন পূৰ্বেই ডুবাইত ‘জোৱান’ৰ ধুমুহা

শেহতীয়াকৈ এজন নেটিজেন তথা শ্বাহৰুখ অনুৰাগীয়ে টুইটাৰত বিভিন্ন মাল্টিপ্লেক্স ৱেবছাইটৰ ছবি শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে, ইউএইৰ কেইবাটাও মাল্টিপ্লেক্সত ‘জোৱান’ৰ টিকটৰ আগতীয়া বুকিং আৰম্ভ হৈছে। শ্বাহৰুখ খানক লৈ ডুবাইবাসী সদায় উৎসাহী হৈ আহিছে। ‘পাঠান’ৰ সময়তো তাৰ আভাস কেইবাবাৰো দেখা গৈছে।

ইতিমধ্যে বুজা গৈছে যে ‘জোৱান’ৰ ক্ষেত্ৰত ই বেলেগ নহʼব। কিন্তু ২১ দিন পূৰ্বে এডভান্স বুকিং আৰম্ভ হোৱাৰ বাবে নেটিজেন কিছু আচৰিত হৈছে। তেওঁলোকৰ প্ৰশ্ন, ভাৰতত কেতিয়াৰ পৰা এডভান্স বুকিং আৰম্ভ হʼব? অৱশ্যে সেই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই।

Tags: JawanShahRukhKhanJAWANশ্বাহৰুখখানজোৱান
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx