ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

India Bharat row : ইণ্ডিয়া-ভাৰত বিতৰ্কৰ মাজতে অক্ষয়ে সলনি কৰিলে নিজৰ ছবিৰ নাম

নিউজ ডেস্কঃ

News Desk by News Desk
September 7, 2023
Reading Time: 1 min read
A A
0
India Bharat row : ইণ্ডিয়া-ভাৰত বিতৰ্কৰ মাজতে অক্ষয়ে সলনি কৰিলে নিজৰ ছবিৰ নাম

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

দেশৰ নাম ‘ইণ্ডিয়া’ নে ‘ভাৰত’ (India or Bharat) তাক লৈ বিতৰ্ক অব্যাহত আছে। জি-২০ বৈঠক উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আমন্ত্ৰণ জনোৱা নৈশ আহাৰ গ্ৰহণৰ আমন্ত্ৰণ পত্ৰৰ লিখনিৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈ আহিছে। ইয়াত তাৰকাবোৰো অন্তৰ্ভুক্ত হৈছে। অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ মতামত ব্যক্ত কৰে। এইবাৰ অভিনেতা অক্ষয় কুমাৰে ৰাতিটোৰ ভিতৰতে নিজৰ ছবিখনৰ (Actor Akshay Kumar Film) নাম সলনি কৰিলে। তেওঁৰ আগন্তুক ছবিখনৰ নাম আছিল ‘মিছন ৰাণীগঞ্জ : দ্য গ্ৰেট ইণ্ডিয়ান ৰেচকিউ’ (Mission Raniganj: The Great India Rescue)। এতিয়া নাম সলনি (Change the name) কৰি ‘মিছন ৰাণীগঞ্জ : দ্য গ্ৰেট ভাৰত ৰেচকিউ’ (‘Mission Raniganj: The Great Bharat Rescue’) কৰা হৈছে।

ak 1 | ASSAM TIMES POST

অক্ষয়ৰ নতুন ছবিখনৰ প্ৰিভিউ মুক্তি পোৱাৰ পিছত ছবিখনৰ নাম সলনি কৰা হয়। টুইটত অক্ষয়ে নিজেই ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ শব্দটো উল্লেখ কৰিছে। কেৱল সেয়াই নহয়, আগৰ টুইটটোও ডিলিট কৰে অক্ষয়ে। য’ত ‘ভাৰত’ৰ সলনি ‘ইণ্ডিয়া’ লিখা হৈছিল। অক্ষয়ে সেই টুইটটো পোষ্ট কৰাৰ পিছতে বহু লোকে প্ৰশ্ন উত্থাপন কৰে যে অভিনেতাগৰাকীয়ে কিয় পূৰ্বৰ টুইটটো ডিলিট কৰিলে। অৱশ্যে অক্ষয়ৰ পৰা এতিয়াও কোনো উত্তৰ পোৱা নাই। আনহাতে, তেওঁৰ সহ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাই ‘ইণ্ডিয়া’ৰ কথা উল্লেখ কৰে। এই ছবিখনৰ ট্ৰেইলাৰ অহা ৭ ছেপ্টেম্বৰত মুক্তি পাব।

‘ইণ্ডিয়া’ বনাম ‘ভাৰত’ বিতৰ্ক সন্দৰ্ভত কংগনায়ো নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ দাবী কৰে যে তেওঁ দুবছৰমান আগতে দেশৰ নাম সলনি হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল। ২০২১ চনত কংগনাই এক অনুষ্ঠানত কৈছিল যে ‘ইণ্ডিয়া’ নামটো এৰাই চলিব লাগে, আমি ভাৰতীয় আৰু আমাৰ দেশ ভাৰত। তেওঁৰ মতে ইণ্ডিয়া দাসত্বৰ প্ৰতীক। দুবছৰমান আগতে তেওঁ যি কৈছিল, সেয়া দেশৰ ৰাজনীতি এতিয়া পূৰ্ণগতিত চলি আছে। দুবছৰমান পূৰ্বে দিয়া বক্তব্যটো অভিনেত্ৰীগৰাকীয়ে নিজৰ এক্স প্ৰফাইলত পুনৰ পোষ্ট কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AkshayKumarFilmMissionRaniganjTheGreatIndiaRescueঅক্ষয়কুমাৰছবিমিছনৰাণীগঞ্জ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
50
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?
National-International

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
50
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ
National-International

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026
50
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d