![]()
শুকুৰবাৰে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত থানা ষ্টাফৰ সহযেগত ডিফু জিনিং মিল এলেকাৰ পৰা এটা গভাইত চোৰ আটক হোৱা ঘটনাত এলেকাটেত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

আৰক্ষীয়ে এক এজাহাৰ ভিত্তিত ১২১/২৩ নম্বৰত এক গোচৰ ৰুজো দি চোৰটোক মন্দিৰৰ পৰা চুৰ হোৱা সামগ্ৰী সহ ডিফুৰ জিনিং মিল এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ চোৰটো ডিফুৰ জিনিং মিল এলেকাৰ হাইবুৰ আলী (২০) বুলি চিনাক্ত কৰা হৈছে ৷ চোৰটোৰ স্থায়ী ঠিকনা মৰিগাওঁ জিলাৰ জালুগুটি বুলি জানিব পৰা গৈছে ৷













