ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Security forces seize huge cache of arms, ammunition I খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰিয় গুলী উদ্ধাৰ : আটক দুজন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
December 22, 2023
Reading Time: 1 min read
A A
0
Security forces seize huge cache of arms, ammunition I খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰিয় গুলী উদ্ধাৰ : আটক দুজন

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

শুকুৰবাৰে বিয়লি ভাগত খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত খটখটী থাৰ অ’চি ৰমেন বৰদলৈ, চিআৰপি এফৰ দল আৰু থানা ষ্টাফৰ সহযোগত খটখতি আৰক্ষীয়ে এ এছ ০৫ চি ৪৮৪৪ নম্বৰৰ এখন যাত্রীবাহি বাছত তালাচী চলাই ইনছাছ ৰাইফলৰ তিনিটা মেগজিন আৰু ৬০ টা সক্রিয় গুলি AK-47ৰ তিনিটা মেগজিনসহ ৯০ টা সক্রিয় গুলি উদ্ধাৰ কৰাৰ লগতে আৰ পি এফৰ* *Rapid Action Forceৰ সাজ পোছাক, টুপী,মেডেল, বেংকৰ নথিপত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

খটখটি
খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰিয় গুলী উদ্ধাৰ:

এই সন্দৰ্ভত খটখটি আৰক্ষীয়ে যাত্রীবাহি বাছখনত যাত্ৰীৰূপে অহা দুই মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা অনুসৰি RAF জোৱানসকল ডিমাপুৰ ৰেলৱে ষ্টেচনৰ পৰা মণিপুৰ অভিমুখে যাবলৈ সাজু হৈ থকাৰ সময়তে ধৃত চোেৰ দুটাই মাৰণাস্ত্ৰৰ সক্রিয় গুলি থকা এটা বেগ লৈ উধাও হয়।

Security forces seize huge cache of arms, ammunitionধৃত মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকামুখৰ ভাৰ্গৱ বৰাৰ পুত্ৰ গগণ বৰা (23) আৰু একে জিলাৰেই ভেলৌগুৰিৰ প্ৰয়াত মতি উদ্দিন আহমেদৰ পুত্ৰ মহম্মদ টৌফিক আহমেদ (39)। বর্তমান খটখটি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে।

Tags: খটখটিৰ আৰক্ষীৰ নাকাতালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰসক্ৰিয় গুলী উদ্ধাৰ
Share4Tweet3Send

Related Posts

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

by News Desk
July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

by Staff Reporter
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT