ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dima Hasao Election I বিক্ষিপ্ত হিংসা আৰু ৰাজনৈতিক বাদানুবাদৰ মাজতে সোমবাৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন

News Desk :

ASSAM TIMES POST by ASSAM TIMES POST
January 7, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

সোমবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাহাৰ ( ডিমা হাছাও ) স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ৷ উল্লেখযোগ্য যে ৩০ জনীয়া স্বায়ত্ত্বশাসিত পৰিষদখনৰ ২৮ গৰাকী সদস্যক নিৰ্বাচিত কৰাৰ বিপৰীতে দুগৰাকীক মনোনীত কৰা হয়। অৱশ্যে এইবাৰ ৬ টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱাত ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷

বিক্ষিপ্ত হিংসা আৰু ৰাজনৈতিক বাদানুবাদৰ মাজতে সোমবাৰে ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনএই নিৰ্বাচনত ১,৪১,১২৪ গৰকী ভোটাৰে ৮৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ ইয়াৰ বাবে মুঠ ২৩১ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰে ভিতৰত ২২ টা অতি স্পৰ্শকাতৰ আৰু ৯২ টা স্পৰ্শকাতৰ বুলি জিলা প্ৰশাসনে চিনাক্ত কৰিছে৷

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত প্ৰচাৰৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। শনিবাৰে নিশা কালাচান্দ , চেমখৰ আৰু দলং সমষ্টিত বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট হয়।

0e994770 34b9 4b03 b1ca 303e5afa20c8 | ASSAM TIMES POSTইফালে নিৰ্বাচনৰ পূৰ্বে হাতীখালী সমষ্টিত ধন বিতৰণ কৰিবলৈ যোৱাৰ সময়ত নগদ ধনসহ আটক হয় মাইবাং ইষ্ট সমষ্টিৰ পৰা বিনা প্ৰতিদন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী মনজয় লাংথাছা৷ লংকা আৰক্ষীয়ে আটক কৰে সদস্য গৰাকীক ৷

সদস্যজনৰ পৰা মুঠ ১১ লাখ টকা জব্দ কৰা হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা ২৮ নং চেমখৰ পৰিষদীয় সমষ্টিৰ জুইব্ৰা গাৱঁত গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ গাঁওখনৰ এগৰাকী লোকৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক ধৰিবলৈ যাওঁতে জুইব্ৰা গাঁৱৰ ৰাইজে বাধা দিয়াৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজ্জু কৰিছে ৷

417434226 947223686767332 5504074126233672240 n | ASSAM TIMES POSTআনহাতে, ৰাজ্যিক নিৰ্বাচন আয়োগে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ সময় দেওবাৰলৈকে বৃদ্ধি কৰাক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভয়তে তিনিদিনকৈ ডিমা হাছাও জিলাত বাহৰ পাতিছে৷ আনহাতে, কংগ্ৰেছ প্ৰাৰ্থীক গাঁওবুঢ়াৰ দ্বাৰা প্ৰচাৰ কাৰ্যত চৰকাৰী পক্ষই বাধা আৰোপ কৰাৰো অভিযোগ কৰে।

Tags: বাদানুবাদৰ মাজতে সোমবাৰে ডিমা হাছাওবিক্ষিপ্ত হিংসা আৰু ৰাজনৈতিকস্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx