বৃহস্পতিবাৰে দিনৰ ১২ মান বজাত ডিফুৰ অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত বহু ভাষিক কবিতা আবৃত্তি সন্মিলন অনুষ্ঠিত হৈ যায় ৷ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত বিশিষ্ট কবি ছাৰ এট হাঞ্চেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সন্মিলনখন ৷














