ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

T20 World Cup : শ্ৰীলংকান ক্ৰিকেটাৰৰ গোপন অংগত আঘাতক লৈ অশ্লীল মন্তব্য, বিশ্বকাপত বিতৰ্কত ৰামিজ ৰাজা

নিউজ ডেস্কঃ

News Desk by News Desk
February 9, 2026
Reading Time: 1 min read
A A
0
T20 World Cup : শ্ৰীলংকান ক্ৰিকেটাৰৰ গোপন অংগত আঘাতক লৈ অশ্লীল মন্তব্য, বিশ্বকাপত বিতৰ্কত ৰামিজ ৰাজা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

টি-২০ বিশ্বকাপ (T-20 World Cup)ত পুনৰ বিতৰ্কত পাকিস্তান (Pakistan in controversy)। এইবাৰ অৱশ্যে ক্ৰিকেটাৰৰ বাবে নহয়, ধাৰাভাষ্যকাৰ ৰামিজ ৰাজা (Commentator Ramiz Raja)ৰ এটা মন্তব্যক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে। শ্ৰীলংকান ক্ৰিকেটাৰ ৱানেন্দু হাছৰংগাক লৈ তেওঁৰ মন্তব্যক ক্ৰিকেট অনুৰাগীয়ে ভালভাৱে গ্ৰহণ কৰা নাই।

দেওবাৰে আছিল আয়াৰলেণ্ড-শ্ৰীলংকাৰ মাজৰ গ্ৰুপ পৰ্যায়ৰ এখন মেচ। আয়াৰলেণ্ডৰ ইনিংছৰ সময়ত হাছাৰংগাই বলিং কৰিবলৈ আহে। কেইটামান বল দিয়াৰ পিছতে তেওঁৰ হেমষ্ট্ৰিঙৰ কিছু সমস্যাৰ সৃষ্টি হয়। ফলত ফিজিঅ’ খেলপথাৰলৈ আহে। তেতিয়া দেখা যায় যে হাছাৰংগাই ট্ৰাউজাৰটো নমাই ফিজিঅ’ক কিবা এটা দেখুৱাইছে। এই দৃশ্য দেখি ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই কয়, “হয়তো তেওঁ অতি সোনকালে মালিচ কৰিব। ই যাদুৰ দৰে কাম কৰিব পাৰে।”

raja1 | ASSAM TIMES POST
শ্ৰীলংকান ক্ৰিকেটাৰৰ গোপন অংগত আঘাতক লৈ অশ্লীল মন্তব্য, বিশ্বকাপত বিতৰ্কত ৰামিজ ৰাজা

যদিও ৰামিজ ৰাজাই অশ্লীল ভাষা ব্যৱহাৰ কৰা নাছিল, কিন্তু ক্ৰিকেট অনুৰাগীয়ে তেওঁৰ ভংগীমা আৰু ব্যৱহাৰক ভালদৰে গ্ৰহণ কৰা নাছিল। তেওঁলোকে দাবী কৰে যে ৰামিজ ৰাজাৰ ইংগিতবোৰ বেয়া আছিল । কাৰণ, হাছাৰংগাই য’ত অসুবিধা পাইছিল সেয়া আছিল তেওঁৰ গোপন অংগৰ ওচৰত। সেইবাবেই তেওঁ ট্ৰাউজাৰ তললৈ নমাই ফিজিঅ’ক আঘাত দেখুৱাই আছিল। ৰামিজ ৰাজাই তাত মালিচ কৰাৰ কথা কৈ কি বুজাব বিচাৰিছিল? এই ঘটনাক লৈ ছচিয়েল মিডিয়াত তেওঁক সমালোচনা কৰা হৈছে। অৱশ্যে ৰামিজ ৰাজাই এই সন্দৰ্ভত এতিয়াও একো কোৱা নাই।

উল্লেখ্য যে মেচখনত হেমষ্ট্ৰিঙৰ সমস্যা থকাৰ পিছতো হাছাৰংগাই ৩টা উইকেট দখল কৰি শ্ৰীলংকাৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল। পিছত শ্ৰীলংকাৰ অধিনায়ক দছুন শংকৰে কয়, “ৱানেন্দুৰ হামষ্ট্ৰিঙৰ সমস্যা হৈছিল। তেওঁ সেই অৱস্থাতে বল কৰিছিল। তেওঁ এটা উইকেট লৈছিল। মই আশা কৰিছোঁ যে ই বেছি গুৰুতৰ কথা নহওক। কাৰণ তেওঁ আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য।”

Tags: RamizRaja
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

by News Desk
May 29, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

by News Desk
May 23, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx