![]()
লখিমপুৰত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ৫ জনকৈ লোক ।চিমেণ্ট ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা আৰ্টিগা বাহনৰ।লখিমপুৰ জিলাৰ বগীনদীৰ চৈধ্য মাইলত সংঘটিত হৈছে এই ভয়ংকৰপথ দুৰ্ঘটনাটো।
জানিব পৰা অনুসৰি গোগামুখৰ পৰা লখিমপুৰ সদৰ অভিমুখি এখন আৰ্টিগৈ বাহনে এখন চিমেণ্ট ভৰ্তি ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।দুৰ্ঘটনাত আৰ্টিগা বাহনখনত থকা শিশুসহ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।












