![]()
লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানৰ পৰা উদ্ধাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। সোমবাৰে বিয়লি টিউচনলৈ ওলাই যোৱাৰ সময়তে কোনো ব্যক্তিয়ে ছাত্ৰীগৰাকীক অপহৰণ কৰি বলাৎকাৰ কৰাৰ সন্দেহ কৰা হৈছে।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ লগতে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এয়া হত্যা নে বলাৎকাৰ সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।













