ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

ডিমাপুৰত বিশাল ৰেলীঃ নগা ৰাজনৈতিক সমস্যা সমাধানৰ দাবীত এই ৰেলী-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 6, 2022
Reading Time: 1 min read
A A
0
ডিমাপুৰত বিশাল ৰেলীঃ নগা ৰাজনৈতিক সমস্যা সমাধানৰ দাবীত এই ৰেলী-

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

শুকুৰবাৰে নতুনকৈ গঠিত হোৱা নাগালেণ্ড পিপলছ একচন কমিটী চমুকৈ এন পি চিয়ে নগা ৰাজনৈতিক সমস্যাৰ দাবীত বিশাল সমদল উলিয়ায়। পুৱা ১০ বজাত ডিমাপুৰৰ পৰা উলিওৱা এই ৰেলীটোত হাজাৰ হাজাৰ প্ৰতিবাদ মূলক কাৰ্ড লৈ কুডা গাঁৱৰ ৰোড জংচনলৈকে প্ৰতিবাদ কৰে।

বিগত ২০০৩ চনৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে নগা সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চি এছ অ’ৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা তথা কেন্দ্ৰীয় নেতাসকলৰ সৈতে সাক্ষাৎ কৰি আগতীয়া সমাধানৰ বাবে হেঁচা দিবলৈ দিল্লী ভ্ৰমণ কৰাৰ পিছতো নগা জনসাধাৰণে শেহতীয়াকৈ সমাধানৰ অনিশ্চয়তাত ক্ষোভিত হৈ পৰিছে।

এনপিএচিৰ আহবায়ক থেজা থিৰিৰে , ছুখাটো জালিপু , ইনছুমনবা পনগেন আৰু খোদাও নগুলীৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিছে। নাগালেণ্ড পিপলছ একচন কমিটিয়ে যিকোনো পৰিস্থিতিত নগা ৰাজনৈতিক সমস্যাৰ সমাধানক আদৰণি জনাব আৰু তাক ৰক্ষা কৰিব বুলি ইয়াত লিখা হৈছে। নগা সমস্যাৰ ৰাজনৈতিক আলোচনা আৰম্ভ হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্বত্বেও কোনোধৰণৰ স্থায়ী সমাধান নহাত নগাসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে সমগ্ৰ শাসন ব্যৱস্থাৰ ওপৰত এক বৃহৎ ক্ষতিসাধন কৰিছে।

বিশেষকৈ ২০১৯ চনৰ ৩১ অক্টোবৰত নগা শান্তি আলোচনা সমাপ্ত হোৱা বুলি ঘোষণা কৰাৰ পিছতো কিয় নগা সমস্যা সমাধান পলম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে। এনপিএচিয়ে লগতে দাবী কৰে যে অমীমাংসিত ৰাজনৈতিক সমস্যাটোৱে বাবেই সকলো স্তৰতে দুৰ্নীতিয়ে চৰকাৰী বিভাগসমূহক জুৰুলা কৰি পেলাইছে। সমতাপূৰ্ণ কল্যাণমূলক সূত্ৰৰ অভাৱৰ বাবে প্ৰতিটো নগা পৰিয়ালৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰিছে বুলি এনপিএচিৰ মন্তব্য কৰে ।

Tags: ডিমাপুৰ
Share4Tweet3Send

Related Posts

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ
NORTHEAST

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

by Staff Reporter
April 21, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

পুনৰ অগ্নিগৰ্ভ মণিপুৰ

by Staff Reporter
April 20, 2026
50
Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়
NORTHEAST

Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়

by News Desk
April 17, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ

by News Desk
April 7, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx