![]()
অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাবে নিযুক্তি প্ৰদান আই এ এছ বিষয়া ভাৰত ভূষণ দেৱক। পূৰ্বে এপিএছচিৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্থাৎ পৰীক্ষা নিয়ন্ত্ৰক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।
ইয়াৰ আগতে, মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাবে কৰ্মৰত আছিল ভাৰত ভূষণ দেৱ।উল্লেখ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পূৰ্বতে এপ্ৰিল ২০১৭ ৰ পৰা এপ্ৰিল ২০২২ লৈ অসমৰ নৱগঠিত বজালী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।













