![]()
দেওবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ২৫ খন জিলাৰ প্ৰায় ৯ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হয়।এই পৰীক্ষাৰ মাজতে অসম আৰক্ষীৰ এক ব্যতিক্ৰমী প্ৰয়াস দেখিবলৈ পোৱা গ’ল।
বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীক কলম আৰু ফুলৰ উপাহাৰেৰে আদৰিলে আৰক্ষী সকলে। আনহাতে, একাধিক পৰীক্ষাত চকলেট দিলে আৰক্ষীয়ে।লাকুৱাত অসম আৰক্ষীয়ে পৰীক্ষাৰ্থী সকলক কলম দিয়াৰ লগতে পৰীক্ষাৰ বাবে শুভকামনা জ্ঞাপন কৰে।













