![]()
দৰং জিলাৰ ধূলা গাঁও পঞ্চায়ত কাৰ্যালয়ত চলিল অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া।
ভুক্তভোগী ঠিকাদাৰজনে বুধবাৰৰ দিনা এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে। দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি.পি. সিঙে টুইট কৰে।












