![]()
আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ থকা ডিআইজি ৰৌণক আলী হাজৰিকাই লাভ কৰিলে জামিন।
১০ লাখ টকা আমানতৰ ধনৰ বিনিময়ত নিলম্বিত ডিআইজি গৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, তদন্তকাৰী আৰক্ষীক পাছপ’ৰ্ট জমা দিয়াৰ নিৰ্দেশ দিয়ে আদালতে।

© 2020 Assam Times Post. | Powered By Webx