![]()
পশ্চিম কাৰ্বি আংলঙৰ West Karbi Anglong অসম-মেঘালয় সীমান্তত Assam Meghalaya Border উত্তেজনা। সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰৰ জাতালঙত নিশা মেঘালয়ৰ দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে স্থাপন কৰা বন বিভাগৰ পৰিদৰ্শন ভৱনৰ আধাৰশিলা।
শনিবাৰে তুলিৰাম ৰংহাঙে অসমৰ ভূমি জাতালঙত স্থাপন কৰিছিল আধাৰশীলাটো ।কালি প্ৰথমবাৰৰ বাবে উমলাফেৰত অনুষ্ঠিত হৈছিল তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি পৰিষদীয় চৰকাৰৰ যুটীয়া সংসদীয় সভাপশ্চিম কাৰ্বি আংলঙৰ এক ইঞ্চি ভূমিও মেঘালয়ক অৰ্পন নকৰাৰ ঘোষণা কৰিছিল।












