এসপ্তাহত কৰোনাই কাঢ়িলে পৰিয়ালৰ ৩ সদস্যৰ প্ৰাণ : আত্মহত্যা সৰু বোৱাৰীৰো
নিউজ ডেস্কঃ দেশত সৃষ্টি হৈছে দৈনিক কৰোনা সংক্রমণৰ ৰেকর্ড। দৈনিক মৃত্যুৰ সংখ্যাই ২ হাজাৰ পাৰ কৰি গৈছে। এই সঙ্কটজনক পৰিস্থিতিত ...
নিউজ ডেস্কঃ দেশত সৃষ্টি হৈছে দৈনিক কৰোনা সংক্রমণৰ ৰেকর্ড। দৈনিক মৃত্যুৰ সংখ্যাই ২ হাজাৰ পাৰ কৰি গৈছে। এই সঙ্কটজনক পৰিস্থিতিত ...
ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : ৰাজ্যজুৰি ক’ৰ’নাৰ সংক্ৰমণে পৰিস্থিতি জটিল কৰি তুলিবলৈ লোৱাৰ সময়তে কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ ক’ৰ’নাত আক্ৰান্ত ...
অজন্তা তালুকদাৰ বোকাখাত : গুজৰাটত অসমৰ যুৱক বিৰাজ বৰা (৪০)ৰ আহমেদাবাদৰ এছ এছ জি হস্পিতালত ২১ এপ্ৰিলৰ নিশা কভিডাক্ৰান্ত হৈ ...
অজন্তা তালুকদাৰ বোকাখাত : দিল্লীত কভিড ১৯ৰ বাতৰি সংগ্ৰহৰ সময়তে কভিডাক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা ৩ সাংবাদিকৰ প্ৰতি গভীৰ শোক ...
ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : সকলো বিশ্বৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত ধৰিত্ৰি দিৱস ...
নিউজ ডেস্কঃ কৰোনা চিকিৎসাত ঔষধৰ তালিকাৰ পৰা ৰেমডেচিভিৰক বাতিল কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। কৰোনা ৰোগীসকলৰ ওপৰত ৰেমডেচিভিৰ প্রয়োগৰ ক্ষেত্ৰত পূৰ্বতেই ...
ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ এক গোপন খবৰৰ ভিত্তিত খটখতি আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ...
নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয় ঢৌত জর্জৰিত সমগ্র দেশ। তাৰ মাজতেই অশনি সংকেত দিছে বিশেষজ্ঞসকলে। তেওঁলোকৰ দাবী, মে' মাহৰ ১১-১৫ তাৰিখৰ ...
নিউজ ডেস্কঃ অতিমাৰীৰ এই দুর্দিনত কত যে কি দেখিবলগা হোৱা নাই। বিগত বছৰ কেন্দ্রীয় মন্ত্রীৰ ‘গ' কৰোনা গ'’ শ্লোগানৰ স্মৃতি ...
নিউজ ডেস্কঃ দেশত সংক্রমণৰ ব্যাপক বৃদ্ধিৰ মাজতেই অক্সিজেন সৰবৰাহ আৰু টীকাকৰণৰ বাবে কেন্দ্রক এটি নির্দিষ্ট ‘ৰাষ্ট্ৰীয় পৰিকল্পনা’ গ্ৰহণৰ নির্দেশ দিলে ...
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx