দিল্লীৰ ‘চাউথ এছিয়ান ফ্ৰেটাৰনিটি’ৰ আন্ত:ৰাষ্ট্ৰীয় মঞ্চত ভূপেন্দ্ৰ সংগীতৰ সংস্কৃত ৰূপান্তৰৰ আধাৰত শিল্পী ইলোৰা বৰাৰ সত্ৰীয়া নৃত্য পৰিৱেশন
ষ্টাফ ৰিপ'ৰ্টাৰ: নগাঁওঃসুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দুটি গীতৰ সংস্কৃত ৰূপান্তৰৰ আধাৰত সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ...

















