ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian economy : আগন্তুক চাৰি বছৰতেই ভাৰত হ’ব তৃতীয় বৃহত্তম অৰ্থনীতি, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষা

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2024
Reading Time: 1 min read
A A
0
Indian economy : আগন্তুক চাৰি বছৰতেই ভাৰত হ’ব তৃতীয় বৃহত্তম অৰ্থনীতি, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষা

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

বিনিয়োগ বেংকিং প্ৰতিষ্ঠান জেফ্ৰিজৰ এক অৰ্থনৈতিক মূল্যায়ন (An economic assessment of Jeffrey) প্ৰতিবেদনত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন সফল হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। সংস্থাটোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০২৭ চনৰ ভিতৰত (India by 2027) ভাৰতে জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি (world’s third largest economy) হিচাপে পৰিগণিত হ’ব।

প্ৰতিবেদনত কোৱা হৈছে, “এটা দশক পূৰ্বে ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে নৱম বৃহত্তম আছিল। বৰ্তমান ই ৩ লাখ ৪০ হাজাৰ কোটি ডলাৰেৰে পঞ্চম স্থানত উপনীত হৈছে। আগন্তুক চাৰি বছৰৰ ভিতৰত ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’ব। ই হ’ব বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি।”

eco | ASSAM TIMES POST

উল্লেখযোগ্য যে যোৱা বছৰ লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল, “২০২৭ চনৰ ভিতৰত জাপান আৰু জাৰ্মানীৰ পিছত ভাৰত তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’ব। আমাৰ লক্ষ্য হৈছে ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকীৰ পূৰ্বে ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱা।” অৰ্থনৈতিক বিশেষজ্ঞৰ এটা অংশৰ মতে, মোডীৰ দ্বিতীয় সপোন পূৰণৰ বাবে বাৰ্ষিক ৯-১০ শতাংশ স্থায়ী বিত্তীয় বৃদ্ধিৰ প্ৰয়োজন।

কিন্তু জেফ্ৰিছে ভৱিষ্যদ্বাণী কৰিছে যে বিশ্বৰ বৰ্তমানৰ ৰাজনৈতিক আৰু আৰ্থিক পৰিস্থিতি ইয়াৰ অনুকূল নহয়। কিন্তু একে সময়তে প্রতিবেদনত কোৱা হৈছে যে বিশ্বৰ অধিকাংশ উন্নত আৰু বৃহৎ অর্থনীতিৰ বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ পাছতো ভাৰতে কমেও ছয় শতাংশ বৃদ্ধি বজাই ৰাখিব৷ প্ৰতিবেদনত কোৱা হৈছে, “২০৩০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ১ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি আমি বিশ্বাস কৰোঁ।”

Tags: indianeconomyভাৰততৃতীয়অৰ্থনীতি
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT