ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Amrit Bharat Express : ডিফুত ডিব্ৰুগড়-গোমতীনগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 18, 2026
Reading Time: 1 min read
A A
0
Amrit Bharat Express : ডিফুত ডিব্ৰুগড়-গোমতীনগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

ডিব্ৰুগড়-গোমতীনগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হৈছে৷ দেওবাৰে অৰ্থাৎ ১৮ জানুৱাৰীত ডিফু ৰে’লৱে ষ্টেচনত আয়োজিত বিশেষ অনুষ্ঠানত এই ৰে’লখনৰ শুভাৰম্ভণি কৰা হয়৷ এই ৰে’লখনৰ শুভাৰম্ভ কৰাৰ পাছত উত্তৰ পূৰ্বাঞ্চলত এটা নতুন আশাৰ পৰিৱেশ সৃষ্টি কৰিছে। দেশৰ পৰিবহণ পৰিকাঠামো শক্তিশালী কৰা আৰু দূৰৱৰ্তী অঞ্চলসমূহলৈ সহজ যাতায়াত কৰাত ভাৰত চৰকাৰৰ অব্যাহত প্ৰচেষ্টাত এই কাৰ্যই এটা গুৰুত্বপূর্ণ মাইলষ্ট’ন হিচাপে চিহ্নিত কৰিছে।
ডিব্ৰুগড়-গোমতীনগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ
ডিফুত ডিব্ৰুগড়-গোমতীনগৰ-ডিব্ৰুগড় অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰিকল্পনাত সাজু কৰা এই নন-এচি অমৃত ভাৰত এক্সপ্ৰেছৰ প্ৰথম যাত্ৰাটো প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি আৰম্ভ কৰে। লামডিং ডিভিছনৰ ডিভিজনেল ৰে’লৱে মেনেজাৰৰ তত্বাৱধানত ডিফুত আয়োজিত অনুষ্ঠানটো সন্ধ্যা প্ৰায় ৬ বজাত আৰম্ভ হয়৷ অনুষ্ঠানত বহু যাত্ৰী, ৰে’লৱে বিষয়া-কৰ্মচাৰীৰ লগতে বহু লোক আৰু স্থানীয় বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

দূৰণিবটীয়া যাত্ৰাৰ ক্ষেত্ৰত অমৃত ভাৰত এক্সপ্ৰেছ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা উল্লেখযোগ্য ব্যৱস্থা বুলি প্ৰতিপন্ন হৈছে। নন-এচি সেৱা হোৱাৰ লগতেএই ৰে’লখনত সাধাৰণতে প্ৰিমিয়াম শ্ৰেণীৰ ব্যৱস্থা উপলব্ধ৷ উল্লেখ্য যে ৰে’লখনত আধুনিক সুবিধাসমূহ সংযোজন কৰিছে। ইয়াত আৰামদায়ক ছিট ডিজাইন, সম্পূৰ্ণ সংযুক্ত ক’চ, অধিক নিৰাপত্তা আৰু বিশ্বাসযোগ্যতাৰ বাবে শক্তিশালী টুইন-ইঞ্জিন ব্যৱস্থা কৰিছে ৰে’লখনত। তদুপৰি, ছেমি-অটোমেটিক কাপলাৰ, চিল্ড গেংৱে’, ফায়াৰ ডিটেকচন ছিষ্টেম আৰু টক-ব্যাক ইউনিট আদি সুবিধাসমূহে যাত্ৰীৰ নিৰাপত্তা এক নতুন মানদণ্ডলৈ লৈ গৈছে। প্ৰতি সপ্তাহত চলাচল কৰিব এই ৰে’ল সেৱা৷

ৰে’লখনৰ নম্বৰ ১৫৯৪৯ হিচাপে ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ’ব৷ ৰে’লখন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ গোমতীনগৰৰ সৈতে সংযোগ কৰা হৈছে। ৰুটটোৱে অসম, নগালেণ্ড, পশ্চিম বংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশ হৈ যাব৷ আনহাতে ডিফু, লামডিং, ডিমাপুৰ আৰু গুৱাহাটী আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ৰখা হয়। এই ৰি’ল সেৱাই দূৰণিবটীয়া যাত্ৰাসমূহ সহজ কৰাৰ লগতে সাধাৰণ যাত্ৰীসকলৰ বাবে এটা সুলভ আৰু আৰামদায়ক বিকল্প ৰূপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে। ডিফুৰ উদ্বোধনী অনুষ্ঠানত লোকসভা সাংসদ অমৰসিং টিছ’ আমন্ত্ৰিত অতিথি  হিচাপে উপস্থিত আছিল।

তেওঁৰ সৈতে ডিফুৰ বিধায়ক বিদ্যাসিং ইংলেং, কেএএএছিৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহী, ৰে’লৱে এডিএম (লামডিং) এ কে পাণ্ডে আৰু এপিআৰ’ (ডিমাপুৰ) অভিজিৎ দাস উপস্থিত থাকে। এই ৰে’ল সেৱাই কাৰ্বি আংলং আদি অঞ্চলসমূহৰ বাবে আঞ্চলিক গুৰুত্ব আৰু যাতায়াত ব্যৱস্থা সুলভ কৰাৰ লগতে অৰ্থ-সামাজিক জীৱনৰ ওপৰত ইয়াৰ অভাৱনীয় প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অমৃত ভাৰত এক্সপ্ৰেছঅসমৰ ৰে’ল সংযোগউত্তৰ পূৰ্বাঞ্চল পৰিবহণউত্তৰ পূৰ্বৰ যাতায়াত সুবিধাডিফু ৰে’লৱে ষ্টেচনডিব্ৰুগড় গোমতীনগৰ এক্সপ্ৰেছডিব্ৰুগড় লক্ষ্ণৌ ৰুটনতুন ৰে’ল উদ্বোধননন-এচি ৰে’ল সেৱাপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Share5Tweet3Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
53
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
63
ADVERTISEMENT
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d