ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰ নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত

News Desk by News Desk
December 18, 2020
Reading Time: 1 min read
A A
0
প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰ নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

নিউজ ডেস্কঃ

অন্তিমবাৰ প্রধানমন্ত্রী হিচাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সমাবর্তনত অংশগ্ৰহণ কৰিছিল লালবাহাদুৰ শাস্ত্রীয়ে। সেয়া আছিল ১৯৬৪ চনৰ কথা। তাৰ পিছত বিগত চাৰে পাঁচ দশকৰ ভিতৰত আৰু কোনো প্রধানমন্ত্রীয়ে এএমইউৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। সেই সুদীর্ঘ অপেক্ষাৰ এইবাৰ অৱসান ঘটিবলৈ আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবর্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অহা ২২ ডিচেম্বৰত এএমইউৰ সভাত বক্তব্য ৰাখিব মোদীয়ে। প্রধানমন্ত্রী হিচাবে এই প্রথমবাৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব ওলাইছে মোদীয়ে।

বুধবাৰে এএমইউৰ উপাচাৰ্য তাৰিক মনছুৰে জনোৱা মতে, “শতবর্ষৰ এই অনুষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ বাবে মাইলৰ খুঁটি হৈ থাকিব। আমন্ত্রণ গ্রহণ কৰাৰ বাবে মই প্রধানমন্ত্রীক ধন্যবাদ জনাইছো। এই ঐতিহাসিক অনুষ্ঠানত প্রধানমন্ত্রীৰ উপস্থিতিয়ে আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব। বিশ্ববিদ্যালয়ৰ উন্নতি আৰু শিক্ষাৰ্থীসকলৰ ভবিষ্যতৰ বাবেও উপযোগী হ’ব।” প্রধানমন্ত্রীৰ উপৰি শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল নিশাঙ্কও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পূৰ্বে ৰাষ্ট্রপতি ৰামনাথ কোভিন্দে এই শতবর্ষৰ অনুষ্ঠান উদ্বোধন কৰাৰ কথা আছিল। কিন্তু শেষত নিজৰ পৰিকল্পনা সলনি কৰে। অহা বছৰ ফেব্রুৱাৰীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্রপতিয়ে। অৱশ্যে সকলো অনুষ্ঠানেই হ’ব ভাৰচুৱেলি।

ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই আলিগড় বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ ৰাজনৈতিকভাবেও যথেষ্ট গুৰুত্বপূর্ণ। কেৰালা, বংগ, অসমৰ নির্বাচনৰ পূৰ্বে এএমইউৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সংখ্যালঘুসকলৰ উদ্দেশ্যে এটা বার্তাতো যাবই। ‘সবকা সাথ, সবকা বিকাশ’ৰ শ্লোগানৰ প্রচাৰও ভালদৰেই হ’ব। কিন্তু, মোদীৰ এই ভ্ৰমণক কেন্দ্ৰ কৰি অন্য আশঙ্কাও কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই। এতিয়াও প্রধানমন্ত্রীৰ ভ্ৰমণক লৈ এএমইউ ছাত্র সংসদে একো কোৱা নাই। কোনো সংঠনে বয়কটৰ ভাবুকিও দিয়া নাই। তথাপি এক অজান অশান্তি আশঙ্কা ৰৈ গৈছে। আৰু তাৰ বাবেই সম্ভৱত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই মোদীৰ এই অনুষ্ঠানক ‘ৰাজনীতিৰ ঊর্ধ্ব’ত ৰাখিবলৈ অনুৰোধ কৰিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

by News Desk
July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

by News Desk
July 24, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

by News Desk
July 24, 2026
50
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

by News Desk
July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

by News Desk
July 23, 2026
50
ADVERTISEMENT
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx