Tag: Featured2

অন্তঃসত্ত্বা আৰু শিশুক দিয়া নহয় কৰোনা টীকা : কাৰণ জানেনে?

অন্তঃসত্ত্বা আৰু শিশুক দিয়া নহয় কৰোনা টীকা : কাৰণ জানেনে?

নিউজ ডেক্স: আজিৰে পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হ’ব ক'ৰোনা টীকাকৰণ। তাৰ ঠিক আগতে টীকাকৰণ সংক্রান্তীয় কেইবাটাও নির্দেশনা প্রকাশ কৰিছে কেন্দ্রই। ...

ভোগালীৰ উৰুকাত কাজিৰঙাৰ বনকৰ্মীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰাঃ জলপানৰ লগতে ডায়েৰী আৰু কেলেণ্ডাৰ বিতৰণঃ

ভোগালীৰ উৰুকাত কাজিৰঙাৰ বনকৰ্মীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰাঃ জলপানৰ লগতে ডায়েৰী আৰু কেলেণ্ডাৰ বিতৰণঃ

অজন্তা তালুকদাৰ: বোকাখাত : ৰাজ্যত ভোগালীৰ ব্যস্ততাৰ মাজতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দুৰ্গম বনাঞ্চলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যস্ত হৈ আছে ...

পুনৰ ৰাজ্যত ক’ৰোনামুক্ত হৈছে ২১৪৮গৰাকী ব্যক্তি :

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৪০ জনকৈ ব্যক্তি:

ষ্টাফ ৰিপ'ৰ্টাৰ: ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৪০ জনকৈ ব্যক্তি ৷  আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত  ...

অশোক ভট্টাচাৰ্য্য পৰ্যবেক্ষণ কৰিলে গনেশগুৰিত গোলপীয়া বাছসেৱা:

অশোক ভট্টাচাৰ্য্য পৰ্যবেক্ষণ কৰিলে গনেশগুৰিত গোলপীয়া বাছসেৱা:

ষ্টাফ ৰিপ'ৰ্টাৰ: গুৱাহাটী মহানগৰীত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যিক পৰিবহন নিগমে আৰম্ভ কৰা বিনামূলীয়া গোলপীয়া বাছসমূহ আজি নিগমৰ অধ্যক্ষ ...

অসম পালেহি কোভিড ভেকচিন: স্পাইট জেটৰ এখন বিমানেৰে কঢ়িয়াই অনা হ’ল ভেকচিন

অসম পালেহি কোভিড ভেকচিন: স্পাইট জেটৰ এখন বিমানেৰে কঢ়িয়াই অনা হ’ল ভেকচিন

ষ্টাফ ৰিপ'ৰ্টাৰ: অসম পালেহি কোভিড ভেকচিন । স্পাইট জেটৰ এখন বিমানেৰে কঢ়িয়াই অনা হ’ল ভেকচিন । মঙলবাৰ দিনৰ ভাগত আহি ...

মিচ ৱৰ্লড কিডচ্ নিকিতালৈ ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেতাৰ খিতাপঃ তৃতীয় শ্ৰেষ্ঠ নাটক ৰাতুল ফুকনৰ ‘যাদুকৰ’:

মিচ ৱৰ্লড কিডচ্ নিকিতালৈ ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেতাৰ খিতাপঃ তৃতীয় শ্ৰেষ্ঠ নাটক ৰাতুল ফুকনৰ ‘যাদুকৰ’:

ষ্টাফ ৰিপ'ৰ্টাৰ: বোকাখাত : মিচ ইউনাইটেত ইউনিভাৰ্চ ৱৰ্লড (কিডচ্) ২০১৯ খ্যাত বোকাখাত তথা অসম গৌৰৱ কনমানি অভিনেত্ৰী নিকিতা বৰাই গুৱাহাটীৰ ...

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিতঃ

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিতঃ

অজন্তা তালুকদাৰ: বোকাখাত : বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক যোৱা ১১ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। সভাত ...

আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ:

আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ:

ষ্টাফ ৰিপ'ৰ্টাৰ: সমাগত ২০২১ৰ বিধানসভা ৰণৰ বাবে বিজেপি, অসম প্ৰদেশৰ প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ ...

আজি অখিল গগৈ ভাগ্য পৰীক্ষা:গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব জামিনৰ চুড়ান্ত ৰায়

আজি অখিল গগৈ ভাগ্য পৰীক্ষা:গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব জামিনৰ চুড়ান্ত ৰায়

ষ্টাফ ৰিপ'ৰ্টাৰ: বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰি যোৱা এটা বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা ...

Page 19 of 265 1 18 19 20 265
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist