Tag: Featured

হৰ্ছ ট্ৰেডিঙৰ আশংকা ! বহিঃৰাজ্যলৈ এআইইউডিএফৰ ২২ প্ৰাৰ্থীসহ মহাজোঁটৰ প্ৰাৰ্থী

হৰ্ছ ট্ৰেডিঙৰ আশংকা ! বহিঃৰাজ্যলৈ এআইইউডিএফৰ ২২ প্ৰাৰ্থীসহ মহাজোঁটৰ প্ৰাৰ্থী

ষ্টাফ ৰিপ'ৰ্টাৰ অসম বিধানসভাৰ ফলাফললৈ আৰু মাজত তিনি সপ্তাহমান বাকী৷ তাৰ মাজতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে গ্ৰহণ কৰিছে বিশেষ পন্থা৷ নিৰ্বাচনৰ ...

১৫ দিনৰ ভিতৰত ভাঙিব মহাৰাষ্ট্র চৰকাৰ ! বিজেপিৰ দাবীক কেন্দ্ৰ কৰি চাঞ্চল্য

১৫ দিনৰ ভিতৰত ভাঙিব মহাৰাষ্ট্র চৰকাৰ ! বিজেপিৰ দাবীক কেন্দ্ৰ কৰি চাঞ্চল্য

নিউজ ডেস্কঃ বিজেপিয়ে কেৱল বংগ, অসম, কেৰালা, পুডুচেৰি আৰু তামিলনাডুক লৈয়ে মূৰ ঘমোৱা নাই। ইয়াৰ মাজতে সংযোগ হৈছে মহাৰাষ্ট্রও। সোমবাৰে ...

বকলীয়াঘাত আছুৰ উদ্যোগত অনুষ্ঠিত হ’ব ত্ৰয়োদশ বাৰ্ষিক বসন্ত উৎসৱ

বকলীয়াঘাত আছুৰ উদ্যোগত অনুষ্ঠিত হ’ব ত্ৰয়োদশ বাৰ্ষিক বসন্ত উৎসৱ

ছাইদুল ইছলাম ডিফু : সদৌ কাৰ্বি আংলং জিলা ছাত্র সন্থাৰ উদ্যোগত অহা ১৪ আৰু ১৫ বহাগ (২৮-২৯ এপ্রিল)ত দুদিনীয়া বর্ণাঢ্য ...

ব’হাগ বিহু উদযাপনৰ নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ

ব’হাগ বিহু উদযাপনৰ নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ

ষ্টাফ ৰিপ'ৰ্টাৰ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। বিগত বছৰত অসমবাসী ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হৈছিল কোভিডৰ বাবে। এই বছৰ সকলোৱে ...

কাজিৰঙাৰ তিনিটাকৈ গঁড় পোৱালীৰ মানাহ যাত্ৰা

কাজিৰঙাৰ তিনিটাকৈ গঁড় পোৱালীৰ মানাহ যাত্ৰা

অজন্তা তালুকদাৰ বোকাখাত : কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ, চমুকৈ চি ডব্লিউ আৰ চি-ত দুটা বছৰে প্ৰতিপালিত হৈ ...

লকডাউনৰ পৰিৱৰ্তে নৈশ সান্ধ্য আইনক ক’ৰ’না কাৰ্ফিউ হিচাপে ব্যৱহাৰৰ পৰামৰ্শ মোডীৰ

লকডাউনৰ পৰিৱৰ্তে নৈশ সান্ধ্য আইনক ক’ৰ’না কাৰ্ফিউ হিচাপে ব্যৱহাৰৰ পৰামৰ্শ মোডীৰ

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীয়ে ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা ...

কৰ’নাৰ ভয়াৱহতাৰ দিশত নগাঁও : কোভিডত পুনৰ চাৰিজন আক্ৰান্ত : হোমকোৱাৰেন্টাইনত ৪১ কৰ’না আক্ৰান্ত

ৰঙিয়া ৰে’ল জংচনত পুনৰ ক’ৰ’নাৰ আতংক, কোনো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই জনসাধাৰণে !

দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবাখনো ঠাইত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সমসাময়িকভাৱে ৰঙিয়া ৰে’ল জংচনতো পুনৰ ক’ৰ’নাৰ আতংকই ...

মানাহত উন্মত্ত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে

মানাহত উন্মত্ত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে

মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত এক শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱায় এজনে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত উন্মত্ত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱায় অনিমেশ ...

ৰঞ্জন গগৈৰ মাতৃ তথা বিশিষ্ট সমাজসেৱী শান্তি গগৈৰ দেহাৱসান

ৰঞ্জন গগৈৰ মাতৃ তথা বিশিষ্ট সমাজসেৱী শান্তি গগৈৰ দেহাৱসান

নিউজ ডেস্কঃ ছুপ্ৰিম কোৰ্টৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈয়ে শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ এগৰাকী ...

Page 248 of 685 1 247 248 249 685
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist