Man Vs Elephant Karbi Anglong! পশ্চিম কাৰ্বিআংলং জিলাৰ লিংডিং অঞ্চলত হাতীৰ উপদ্ৰৱ অব্যাহতঃ নিহত ১
পশ্চিম কাৰ্বিআংলং জিলাৰ (West Karbi Anglong) বৈঠালাংছ (Baithalangso) আৰক্ষী থানাৰ অন্তৰ্গত লিংডিং অঞ্চলত হাতীৰ (Elephant) উপদ্ৰৱে অঞ্চলবাসীৰ বিস্তৰ ক্ষতি সাধন ...
















