Tag: featured3

ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল বেলাৰুছ:

ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল বেলাৰুছ:

নিউজ ডেক্স: ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে বেলাৰুছ৷ নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি পথত নামি পৰে হাজাৰ হাজাৰ ...

দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা ২৫ লাখ অতিক্ৰম কৰিলেও কমিছে সংক্ৰমণৰ হাৰ:

দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা ২৫ লাখ অতিক্ৰম কৰিলেও কমিছে সংক্ৰমণৰ হাৰ:

নিউজ ডেস্কঃ ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক'ৰোনাত আক্রান্ত হৈছে ৬৫ হাজাৰ ২ জন। দৈনিক আক্রান্তৰ সংখ্যাৰ হিচাবত এইটো সর্বোচ্চ। ...

এক দেশ, এক হেল্থ কার্ড : স্বাধীনতা দিৱসত ডাঙৰ ঘোষণা প্রধানমন্ত্রীৰ

এক দেশ, এক হেল্থ কার্ড : স্বাধীনতা দিৱসত ডাঙৰ ঘোষণা প্রধানমন্ত্রীৰ

নিউজ ডেস্ক: ৭৪ বছৰৰ ভিতৰত ব্যতিক্রমী স্বাধীনতা দিৱসৰ সাক্ষী হ’ল সমগ্ৰ দেশ। তথাপিও যেন উৎসাহত কোনো কম নাই। আজি লালকিল্লাৰ ...

ভাৰতৰ ক’ৰোনা টীকা কোভেক্সিন নিৰাপদ : স্বাধীনতা দিৱসৰ সুখবৰ

ভাৰতৰ ক’ৰোনা টীকা কোভেক্সিন নিৰাপদ : স্বাধীনতা দিৱসৰ সুখবৰ

নিউজ ডেস্কঃ ভাৰতৰ ক'ৰোনা টীকা কোভেক্সিন নিৰাপদ। সুখবৰ দিলে ভাৰত বায়টেকে। ক'ৰোনা ভাইৰাছৰ টীকাত নজিৰবিহীন সাফল্য পাবলৈ আগবাঢ়িছে ভাৰত। সকলো ...

এক দেশ, এক হেল্থ কার্ড : স্বাধীনতা দিৱসত ডাঙৰ ঘোষণা প্রধানমন্ত্রীৰ

এক দেশ, এক হেল্থ কার্ড : স্বাধীনতা দিৱসত ডাঙৰ ঘোষণা প্রধানমন্ত্রীৰ

নিউজ ডেস্ক: ৭৪ বছৰৰ ভিতৰত ব্যতিক্রমী স্বাধীনতা দিৱসৰ সাক্ষী হ’ল সমগ্ৰ দেশ। তথাপিও যেন উৎসাহত কোনো কম নাই। আজি লালকিল্লাৰ ...

৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে সম্বোধন কৰে দেশবাসীক:

৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে সম্বোধন কৰে দেশবাসীক:

নিউজ ডেক্স: ৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে সম্বোধন কৰে দেশবাসীক।স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়াত দেশ-বিদেশত থকা সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন ...

কাৰবি আংলঙৰ চাৰি আৰক্ষী বিষয়ালৈ মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট আৰক্ষী সেৱা পদক :

কাৰবি আংলঙৰ চাৰি আৰক্ষী বিষয়ালৈ মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট আৰক্ষী সেৱা পদক :

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু : ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰবি আংলং আৰক্ষীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ...

ক’ৰোনা আক্রান্ত কোজিকোড়ৰ উদ্ধাৰকাৰীসকল : আইছলেচনত মুখ্যমন্ত্রী বিজয়ন

ক’ৰোনা আক্রান্ত কোজিকোড়ৰ উদ্ধাৰকাৰীসকল : আইছলেচনত মুখ্যমন্ত্রী বিজয়ন

নিউজ ডেস্কঃ কোজিকোড় বিমান দুর্ঘটনাৰ পিছত উদ্ধাৰৰ কামত নিযুক্ত ২২জন চৰকাৰী বিষয়াৰ ক'ৰোনা পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহিছে। শুক্রবাৰে এই খবৰ ...

মালয়েছিয়ালৈ গৈ কৰোনা বিয়পোৱা ভাৰতীয় নাগৰিকক কঠোৰ শাস্তি চৰকাৰৰ:

মালয়েছিয়ালৈ গৈ কৰোনা বিয়পোৱা ভাৰতীয় নাগৰিকক কঠোৰ শাস্তি চৰকাৰৰ:

নিউজ ডেক্স: ১৪ দিনৰ কোৱাৰেন্টাইনৰ নিয়ম ভংগ কৰি ৰাস্তালৈ ওলোৱা ভাৰতীয় নাগৰিকক পাঁচ মাহৰ কাৰাদণ্ড দিলে মালয়েছিয়াৰ আদালতে। ৫৭ বছৰীয়া ...

Page 53 of 115 1 52 53 54 115
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist