Tag: featured3

নগাঁওত কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য …. ড্ৰাগছ ব্যৱসায়ী সহ আটক পাঁচ :

নগাঁওত কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য …. ড্ৰাগছ ব্যৱসায়ী সহ আটক পাঁচ :

ষ্টাফ ৰিপ'ৰ্টাৰ,নগাঁও: বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও ...

পদপথৰ পৰা মাধ্যমিক পৰীক্ষা দি উচ্চ নম্বৰ পোৱা কিশোৰীলৈ ফ্লেট উপহাৰ :

পদপথৰ পৰা মাধ্যমিক পৰীক্ষা দি উচ্চ নম্বৰ পোৱা কিশোৰীলৈ ফ্লেট উপহাৰ :

নিউজ ডেস্ক: দাৰিদ্রতাৰ সৈতে মেধাৰ যুঁজ । আজিৰ নহয় এই যুঁজ কেইবাশ বছৰ পুৰণি ৷প্রতিভাবানসকলে অবশ্য চিৰকাল গ'ল দিছে দৰিদ্রতাক। ...

১৮ বছৰ ধৰি সংগ্ৰহ কৰা ইটাৰে তিনি পুত্ৰৰ বাবে ঘৰ সাজিলে ভেনচালক পিতৃয়ে :

১৮ বছৰ ধৰি সংগ্ৰহ কৰা ইটাৰে তিনি পুত্ৰৰ বাবে ঘৰ সাজিলে ভেনচালক পিতৃয়ে :

বিশেষ প্ৰতিবেদন: বিভিন্ন ঠাইৰ পৰা এটা দুটাকৈ সংগ্ৰহ কৰা ইটাৰ সৈতে আৰু কিছু কিনি তিনি সন্তানৰ বাবে ঘৰ সাজিলে পিতৃ ...

পেলনীয়া সামগ্ৰীৰে ছয় শতাধিক ড্রোন নিৰ্মাণ ভাৰতীয় কিশোৰৰ : ৮৭ দেশৰ দ্বাৰা সন্মানিত

পেলনীয়া সামগ্ৰীৰে ছয় শতাধিক ড্রোন নিৰ্মাণ ভাৰতীয় কিশোৰৰ : ৮৭ দেশৰ দ্বাৰা সন্মানিত

নিউজ ডেস্কঃ ভাৰতত প্রতিভাৰ অভাৱ নাই। প্রাচীন কালৰে পৰা আজি পর্যন্ত ভাৰতৰ মাটিত জন্মিছে এনেকুৱা মহাপুৰুষ যিসকলে কাব্য, সাহিত্য, দর্শন, ...

কানপুৰত ৮ আৰক্ষীক হত্যাত অভিযুক্ত গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ, নিহত ২ সহযোগী:

কানপুৰত ৮ আৰক্ষীক হত্যাত অভিযুক্ত গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ, নিহত ২ সহযোগী:

নিউজ ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ হ'ল গেংষ্টাৰ বিকাশ ডুবে। কানপুৰত ৮জন আৰক্ষীক হত্যাত অভিযুক্ত বিকাশ ডুবেক উজ্জয়িনীৰ মহাকাল মন্দিৰৰ পৰা গ্ৰেপ্তাৰ ...

ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেট যুগ সূচনা : আজিৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত টেষ্ট আৰম্ভ

ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেট যুগ সূচনা : আজিৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত টেষ্ট আৰম্ভ

নিউজ ডেক্স: চলিত বছৰৰ মাৰ্চ মাহত শেষবাৰ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷ তাৰ পাছত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে বন্ধ হৈ পৰে ...

ডাকঘৰৰ বিশেষ স্কীমত প্ৰতি মাহত হব আয় : দিয়া হ’ল আবেদন পদ্ধতি

ডাকঘৰৰ বিশেষ স্কীমত প্ৰতি মাহত হব আয় : দিয়া হ’ল আবেদন পদ্ধতি

নিউজ ডেস্ক: দেশত চলিছে ক'ৰোনা প্রকোপ। এইসময়ত টকা পইছাৰ প্ৰয়োজন প্ৰত্যেকৰ । এনে পৰিস্থিতিত সকলোৱে ভাবিছে এনে ঠাইত টকা ৰাখিলে ...

পান-আধাৰ কাৰ্ড সংযুক্তকৰণৰ সময়সীমা ৩১ মার্চ, ২০২১ পৰ্যন্ত বৃদ্ধি :

পান-আধাৰ কাৰ্ড সংযুক্তকৰণৰ সময়সীমা ৩১ মার্চ, ২০২১ পৰ্যন্ত বৃদ্ধি :

নিউজ ডেস্ক: ক'ৰোনা সংক্রমণত দেশৰ সাম্প্রতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সোমবাৰে পান- আধাৰ কার্ড সংযুক্তিকৰণৰ সময়সীমা বৃদ্ধি কৰি ৩১ মার্চ, ...

২৪ কিলোমিটাৰ চাইকেল চলাই বিদ্যালয়লৈ যোৱা ৰশ্মী এতিয়া গাঁৱৰ অনুপ্ৰেৰণা:

২৪ কিলোমিটাৰ চাইকেল চলাই বিদ্যালয়লৈ যোৱা ৰশ্মী এতিয়া গাঁৱৰ অনুপ্ৰেৰণা:

বিশেষ প্ৰতিবেদন: শৈশৱ কালৰ পৰা লিখা পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আৰু ডাঙৰ কিবা এটা কৰাৰ ইচ্ছা ৰশ্মীৰ ৷ মেধাবী ৰশ্মী ...

Page 71 of 115 1 70 71 72 115
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist