BREAKING NEWS

Breaking News in Assamese and English from Assam

অনলাইন ক্লাছ কৰিবলৈ নিদি কলেজলৈ পঠোৱাৰ অভিমানত আত্মঘাতী ছাত্রীৰ

অনলাইন ক্লাছ কৰিবলৈ নিদি কলেজলৈ পঠোৱাৰ অভিমানত আত্মঘাতী ছাত্রীৰ

নিউজ ডেস্কঃ লকডাউনৰ পৰাই অনলাইনৰ ক্লাছ কৰাত অভ্যস্ত হৈছিল তেওঁ। কোভিড পৰিস্থিতি স্বাভাৱিক হৈ অহাত কলেজ খোলাৰ পিছতো সেই অভ্যাস...

অন্তিম যাত্ৰাতো ক’লা চচমাই সংগী হ’ল বাপ্পি লাহিড়িৰ!

অন্তিম যাত্ৰাতো ক’লা চচমাই সংগী হ’ল বাপ্পি লাহিড়িৰ!

নিউজ ডেস্কঃ মঙলবাৰে মাজনিশা ইহলোক এৰি পৰলোকলৈ গমন কৰা বাপ্পি লাহিড়িৰ বৃহস্পতিবাৰে অন্তিম হয় অন্তিম যাত্ৰা৷ ‘ডিস্কো কিং’ক অন্তিম বিদায়...

স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও পনিৰৰ অপকাৰিতাও আছে, সেয়া কেনেধৰণৰ?

স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও পনিৰৰ অপকাৰিতাও আছে, সেয়া কেনেধৰণৰ?

স্বাস্থ্য প্ৰতিবেদনঃ  পনিৰ বহু স্বাস্থ্য উপকাৰৰ বাবে পৰিচিত। ই পুষ্টিৰে ভৰা আৰু ইয়াত প্রচুৰ পৰিমাণে প্রোটিন আছে। অৱশ্যে পনিৰ খোৱাৰ উপকাৰিতাৰ...

ৰৈ গ’ল অভিনেতা অক্ষয় কুমাৰ আৰি শাহুৱেক ডিম্পলৰ ৰোমাঞ্চ!

ৰৈ গ’ল অভিনেতা অক্ষয় কুমাৰ আৰি শাহুৱেক ডিম্পলৰ ৰোমাঞ্চ!

মনোৰঞ্জনঃ অক্ষয় কুমাৰৰ অভিনয় আৰু একচনৰ দ্বাৰা প্ৰায় ছবিয়ে জনপ্ৰিয় হৈ উঠে। কিন্তু আপোনালোকে জানেনে? ১৯৯৬ চনতে এখন ছবিত অক্ষয়...

দ্ৰুত বলাৰ “ঝুলন গোস্বামী” ৰ চৰিত্ৰত অনুষ্কা শৰ্মাঃ

দ্ৰুত বলাৰ “ঝুলন গোস্বামী” ৰ চৰিত্ৰত অনুষ্কা শৰ্মাঃ

মনোৰঞ্জনঃ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ প্ৰত্যাশিত ছবি 'চকদা এক্সপ্ৰেছ'ৰ বাবে যথেষ্ট কষ্ট কৰিছে। অনুষ্কাৰ স্বামী বিৰাট কোহলী এগৰাকী বিখ্যাত...

মাৰাদোনাক নিজৰ লিখা গান উপহাৰ দিছিল বাপ্পি লাহিড়িয়ে, মৃত্যুত শোকাহত ইষ্টবেঙ্গলো

মাৰাদোনাক নিজৰ লিখা গান উপহাৰ দিছিল বাপ্পি লাহিড়িয়ে, মৃত্যুত শোকাহত ইষ্টবেঙ্গলো

নিউজ ডেস্কঃ মঙ্গলবাৰে পুৱা মৃত্যু হয় প্রয়াত বাপ্পি লাহিড়িৰ। প্রখ্যাত গায়ক আৰু সুৰকাৰজনৰ জীৱনাৱসানত শোকাহত সমগ্র দেশ। শোকৰ ছায়া খেলপথাৰতো।...

২০২১ৰ ২৬ জানুৱাৰীত লালকিল্লা হিংসাত অন্যতম অভিযুক্ত দীপ সিদ্ধুৰ দুর্ঘটনাত মৃত্যু

২০২১ৰ ২৬ জানুৱাৰীত লালকিল্লা হিংসাত অন্যতম অভিযুক্ত দীপ সিদ্ধুৰ দুর্ঘটনাত মৃত্যু

নিউজ ডেস্কঃ ২০২১ চনৰ ২৬ জানুৱাৰীত লালকিল্লা তাণ্ডৱত অন্যতম অভিযুক্ত দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু। মঙ্গলবাৰে নিশা ভয়াৱহ পথ দুর্ঘটনাত প্রাণ...

হিজাব-বোৰ্খা পিন্ধি কলেজলৈ ছাত্রী, অধ্যক্ষৰ প্ৰবেশত বাধা : পুনৰ উত্তপ্ত কৰ্ণাটক

হিজাব-বোৰ্খা পিন্ধি কলেজলৈ ছাত্রী, অধ্যক্ষৰ প্ৰবেশত বাধা : পুনৰ উত্তপ্ত কৰ্ণাটক

নিউজ ডেস্কঃ হিজাব-বিতর্কক লৈ আদালতত চলিছে গোচৰ। সম্প্ৰতি কর্নাটকৰ শিক্ষা প্রতিষ্ঠানত হিজাবসহ ‘ধর্মীয়’ পোছাক পিন্ধি যাব নোৱাৰে বুলি অন্তৰ্ৱৰ্তীকালীন নির্দেশ...

সন্ত ৰবিদাসৰ জন্মদিনত জুনজুনি বজাই কীর্তন গালে মোদীয়ে

সন্ত ৰবিদাসৰ জন্মদিনত জুনজুনি বজাই কীর্তন গালে মোদীয়ে

নিউজ ডেস্কঃ সন্ত ৰবিদাস জয়ন্তীত প্রার্থনাত অংশগ্ৰহণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ১৬ ফেব্রুৱাৰীত তেওঁ ৰাজধানী দিল্লীৰ কৰোল বাগৰ শ্রীগুৰু ৰবিদাস...

হিমন্ত উপস্থিতিত ভূৱন গামৰ মনোনয়ন দাখিল

হিমন্ত উপস্থিতিত ভূৱন গামৰ মনোনয়ন দাখিল

নিউজ ডেস্কঃ মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভূৱন গামে আজি দাখিল কৰে মনোনয়ন পত্ৰ।বৃহৎ সংখ্যক সমৰ্থক তথা ৰেলিৰে গামে মনোনয়ন পত্ৰ...

Page 44 of 650 1 43 44 45 650
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist