BREAKING NEWS

Breaking News in Assamese and English from Assam

নাগিন ৰেখাৰ দাবীঃ পৰিচালক হৈছিল আচৰিত! কিন্তু কিয়? জানক

নাগিন ৰেখাৰ দাবীঃ পৰিচালক হৈছিল আচৰিত! কিন্তু কিয়? জানক

মনোৰঞ্জনঃ অভিনেত্ৰী ৰীনা ৰয় আৰু ৰেখা দুয়োগৰাকী সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁলোক নিজৰ প্ৰেমৰ সম্পৰ্কৰ বাবে বহুল হাৰত চৰ্চিতও...

গাঁৱৰ পৰিৱেশৰ সৈতে একাত্ম হৈ পৰিছে বৰ্ষাৰাণী বিষয়াঃ

গাঁৱৰ পৰিৱেশৰ সৈতে একাত্ম হৈ পৰিছে বৰ্ষাৰাণী বিষয়াঃ

মনোৰঞ্জনঃ অসমীয়া জনপ্ৰিয় অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী হৈছে বৰ্ষাৰাণী বিষয়া। ছ'চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ...

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক মঞ্চতে চৰিয়ালে বৃদ্ধ কৃষকে!

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক মঞ্চতে চৰিয়ালে বৃদ্ধ কৃষকে!

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কৰ ক্ষেত্ৰত ঘটিল এক অনাকাংক্ষিত ঘটনা। এখন ৰাজহুৱা সভাৰ মঞ্চতে বিধায়কজনে চৰ খালে এজন...

নিমাতি-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনা নিহত পৰিণীতা-ইন্দ্ৰেশ্বৰ আত্মীয়ক চৰকাৰী নিযুক্তি প্ৰদান

নিমাতি-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনা নিহত পৰিণীতা-ইন্দ্ৰেশ্বৰ আত্মীয়ক চৰকাৰী নিযুক্তি প্ৰদান

নিউজ ডেস্কঃ নিমাতিঘাট-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনাত নিহত আত্মীয়ক ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত...

ওমিক্রন আতংকৰ মাজতেই দুমাহ পিছত ১৩ হাজাৰ অতিক্ৰম দেশৰ দৈনিক সংক্রমণ

দেশত মুঠ ওমিক্ৰন আক্ৰান্তৰ সংখ্যা ৩ হাজাৰোধিক

নিউজ ডেস্কঃ দেশত উদ্বেগজনকভাবে বাঢ়িছে কৰোনাৰ নতুন প্ৰজাতি ওমিক্রন আক্রান্তৰ সংখ্যা। দেশত বর্তমান মুঠ ওমিক্রন আক্রান্তৰ সংখ্যা ৩ হাজাৰ ৭১...

পাক ছুপ্রিম কোর্টৰ প্রথম মহিলা ন্যায়াধীশ হোৱাৰ দিশে আয়েচা মালিক

পাক ছুপ্রিম কোর্টৰ প্রথম মহিলা ন্যায়াধীশ হোৱাৰ দিশে আয়েচা মালিক

নিউজ ডেস্কঃ যোৱা বছৰ ছেপ্টেম্বৰ মাহত পাক ছুপ্রিম কোর্টৰ প্রথম মহিলা ন্যায়াধীশ হিচাবে আয়েচা মালিকৰ নাম প্ৰস্তাৱ কৰিছিল জুডিচিয়েল কমিছন...

কৰোনাৰ ভয়ংকৰ ৰূপ! ১০ জানুৱাৰীৰ পৰা বন্ধ পুৰীৰ জগন্নাথ মন্দিৰ

কৰোনাৰ ভয়ংকৰ ৰূপ! ১০ জানুৱাৰীৰ পৰা বন্ধ পুৰীৰ জগন্নাথ মন্দিৰ

নিউজ ডেস্কঃ কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ বাবে এইবাৰ বন্ধ হৈছে পুৰীৰ জগন্নাথ মন্দিৰ। ১০ জানুৱাৰীৰ পৰা বন্ধ হ’ব বুলি জনাইছে মন্দিৰ...

কামৰ হেঁচাত চকুৰ যত্ন ল’বলৈ পাহৰিছে নেকি? মানি চলক এইকেইটা নিয়ম

কামৰ হেঁচাত চকুৰ যত্ন ল’বলৈ পাহৰিছে নেকি? মানি চলক এইকেইটা নিয়ম

স্বাস্থ্য প্ৰতিবেদনঃ কামৰ যিমানেই ব্যস্ততা নাথাকক কিয়, চকু ভালে ৰাখিবলৈ ইয়াৰ যত্ন লোৱাটো প্ৰয়োজন। সেয়া ঘৰতেই হওক বা অফিচত৷ কামৰ...

মাস্ক আৰু চিট বেল্ট পৰিধান নকৰাৰ বাবে ট্ৰোল হ’ল ছেইফ আলী আৰু কৰীণা কাপুৰ খানঃ

মাস্ক আৰু চিট বেল্ট পৰিধান নকৰাৰ বাবে ট্ৰোল হ’ল ছেইফ আলী আৰু কৰীণা কাপুৰ খানঃ

মনোৰঞ্জনঃ  আমি সদায় বলীউডৰ তাৰকাসকলৰ জীৱনত কি চলি আছে চাই থাকোঁ। ছেইফ আলী খান আৰু কৰীণা কাপুৰক অলপতে ঘৰৰ বাহিৰত...

মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ কুইন ওজা ক’ৰনাত আক্রান্ত

মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ কুইন ওজা ক’ৰনাত আক্রান্ত

নিউজ ডেস্কঃ ক'ৰনাত আক্রান্ত মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ কুইন ওজা। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুইয়ো গৰাকী। উল্লেখ্য যে...

Page 69 of 650 1 68 69 70 650
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist