ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Greenish World Record I কাৰবি আংলং জিলাৰ বকলীয়াঘাটত কেংদংদাং (পেঙ)ৰে খোজ কঢ়াৰ গিনিজ বুকৰ বিশ্বাভিলেখ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 21, 2024
Reading Time: 1 min read
A A
0
Greenish World Record I কাৰবি আংলং জিলাৰ বকলীয়াঘাটত কেংদংদাং (পেঙ)ৰে খোজ কঢ়াৰ গিনিজ বুকৰ বিশ্বাভিলেখ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

মাত্ৰ এটা দিন পূৰ্বে সমাপ্ত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ উৎসৱৰ আনন্দই উদ্বেলিত কৰি ৰখা কাৰ্বি আংলঙৰ সাধাৰণ জনতাৰ বিৰাজ কৰি থকা উৎসৱমূখৰ পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰি আজি জিলাখনৰ সংস্কৃতিপ্ৰেমী জনতা সাক্ষী হʼল আন এক বিৰল অভিলেখৰ। উল্লেখযোগ্য যে, কাৰ্বিসকলৰ পৰম্পৰাগত তথা অন্যতম জনপ্ৰিয় থলুৱা ক্ৰীড়া কেংডংদাং কেদাম (পেং দৌৰ)ৰ জৰিয়তে আজি গীনিজ বুকৰ বিশ্ব অভিলেখ সৃষ্টি কৰা হয়

Greenish World Record
Greenish World Record:

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত তথা কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত আজি জিলাখনৰ বকলীয়াঘাটত এক উৎসৱমূখৰ পৰিৱেশত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এই অভিলেখ সৃষ্টি কৰা হয়। কেংডংদাং কেদাম অৰ্থাৎ পেং দৌৰ দুডাল বাঁহৰ ওপৰত থকা খোপনিত ভৰি থৈ খোজ কঢ়া বা দৌৰাৰ এক বিশেষ ক্ৰীড়া। কাৰ্বি জনগোষ্ঠীয় জীৱনত বিশেষভাৱে জনপ্ৰিয় এই বিশেষ খেলবিধক লৈ বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে আজি বকলীয়াঘাটৰ চাৰিলেন যুক্ত পথৰ ওপৰত এক বিশেষ আয়োজন কৰা হয়।

কাৰবি আংলং জিলাৰ বকলীয়াঘাটত কেংদংদাং (পেঙ)ৰে খোজ কঢ়াৰ গিনিজ বুকৰ বিশ্বাভিলেখ
কাৰবি আংলং জিলাৰ বকলীয়াঘাটত কেংদংদাং (পেঙ)ৰে খোজ কঢ়াৰ গিনিজ বুকৰ বিশ্বাভিলেখ:

সেই অনুসৰি আজি বিয়লি প্ৰায় দুই বজাত 721 গৰাকী কাৰ্বি যুৱকে উক্ত ক্ৰীড়াত একেলগে অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰে। অনুষ্ঠানৰ অন্তত গীনিজ ৰেকৰ্ড সমিতিৰ প্ৰতিনিধি ঋষি নাথে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত গীনিজ ৰেকৰ্ড সমিতিৰ প্ৰতিনিধি গৰাকীয়ে সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে এনে অভিলেখ হোৱা বুলি জানিবলৈ দিয়ে।

421274676 897998972326591 4703820873314119424 n | ASSAM TIMES POSTএনে বিৰল অভিলেখ নিশ্চিত হোৱাৰ ক্ষণত উক্ত স্থানত উপস্থিত থকা কেইবা হাজাৰোধিক লোকে হাত চাপৰিৰে অংশগ্ৰহণকাৰী সকলক অভিনন্দন জনায়। মঞ্চত থকা অভ্যাগত সকলেও ঠিয় হৈ হাত চাপৰিৰে অংশগ্ৰহণকাৰী সকলক অভিনন্দন জ্ঞাপন কৰে। বিশ্ব অভিলেখৰ ঘোষণা হোৱাৰ পিছতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলোকে অভিনন্দন আৰু ধন্যবাদ জনায়।

আজিৰ এই অভিলেখ সৃষ্টি অনুষ্ঠানত সাংসদ হৰেণছিং বেʼ, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰাজু তিচʼ, উপাধ্যক্ষ অজিত কুমাৰ দেʼ, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰʼ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Tags: কাৰবি আংলং জিলাৰ বকলীয়াঘাটতকেংদংদাং (পেঙ)ৰে খোজ কঢ়াৰগিনিজ বুকৰ বিশ্বাভিলেখ
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx