Tag: Featured2

ৰাজ্য কৃষকে উৎপাদন কৰা ৰঙালাও ডুবাইলৈ ৰপ্তানি

ৰাজ্য কৃষকে উৎপাদন কৰা ৰঙালাও ডুবাইলৈ ৰপ্তানি

ASSAM TIMES POST ষ্টাফ ৰিপ'ৰ্টাৰ ক'ৰোণাআতংকৰ মাজতে ৰাজ্য কৃষকলৈ সুখবৰ।ৰাজ্য চৰকাৰ তথা কৃষি বিভাগৰ তৎপৰতাত অসমৰ কৃষকৰ উৎপাদিত ফচল বিদেশলৈ ...

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা: বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু মুগাৰ মাস্ক

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা: বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু মুগাৰ মাস্ক

ASSAM TIMES POST জিতেন বৰকটকী,নগাঁও: বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা। নগাঁও ...

ক’ৰোনাৰ উপসর্গ লৈ হাস্পতালত ভর্তি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্র

ক’ৰোনাৰ উপসর্গ লৈ হাস্পতালত ভর্তি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্র

ASSAM TIMES POST নিউজ ডেস্ক: ক'ৰোনা ভাইৰাছৰ উপসর্গ লৈ হাস্পতালত ভর্তি হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্র। গুৰুগ্রামৰ এটি বেচৰকাৰী ...

এমাহতেই দেশত কাম হেৰুৱালে ১২ কোটিয়ে! সমীক্ষক সংস্থাৰ ৰিপোর্টত ভয়ানক ইঙ্গিত

এমাহতেই দেশত কাম হেৰুৱালে ১২ কোটিয়ে! সমীক্ষক সংস্থাৰ ৰিপোর্টত ভয়ানক ইঙ্গিত

ASSAM TIMES POST নিউজ ডেস্ক: প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিশেষ ৰে’ল চলিব ধৰোতেই বুজা গৈছে নিবনুৱাৰ ছবিখন। প্রতিদিনে ৰে’লত নিজ নিজ ...

বোকাখাতত বিষাক্ত সৰ্প দংশনত মহিলাৰ মৃত্যু:

বোকাখাতত বিষাক্ত সৰ্প দংশনত মহিলাৰ মৃত্যু:

ASSAM TIMES POST অজন্তা তালুকদাৰ: বিষাক্ত সৰ্প দংশনত বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া নেপালীখুঁটিৰ বুলি শইকীয়া(৩৫) নামৰ মহিলা গৰাকীৰ আজি পুৱাৰ ...

চৰকাৰী কৰ্মচাৰীৰ মে’ মাহৰ দৰমহা আৰু পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ

চৰকাৰী কৰ্মচাৰীৰ মে’ মাহৰ দৰমহা আৰু পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ

ASSAM TIMES POST নিউজ ডেস্ক: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক মে' মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চনাৰসকলৰ পেঞ্চন মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ...

কাৰবি আংলঙত পুনৰ বহিঃৰাজ্যৰ পৰা আন দুজন ক’ৰোনাত আক্ৰান্ত : পাৰ্বত্য জিলাত আক্ৰান্ত লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

কাৰবি আংলঙত পুনৰ বহিঃৰাজ্যৰ পৰা আন দুজন ক’ৰোনাত আক্ৰান্ত : পাৰ্বত্য জিলাত আক্ৰান্ত লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

ASSAM TIMES POST ষ্টাফ ৰিপ'ৰ্টাৰ,ডিফু: এজনো কৰ'ণাক্ৰান্ত নথকা তিনি পাৰ্বত্য জিলাত অস্বাভাৱিক ভাবে ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক’ৰোনা ৰোগীৰ আক্ৰান্তৰ ...

পশ্চিম কাৰ্বিআংলঙত বানৰ তাণ্ডৱ : বানৰ কবলত বহু অঞ্চল : স্তব্ধ পশ্চিম কাৰ্বিআংলঙ-হোজাই যাতায়ত

পশ্চিম কাৰ্বিআংলঙত বানৰ তাণ্ডৱ : বানৰ কবলত বহু অঞ্চল : স্তব্ধ পশ্চিম কাৰ্বিআংলঙ-হোজাই যাতায়ত

ASSAM TIMES POST পশ্চিম কাৰ্বিআংলঙ : বিশ্বত ক'ৰোনাৰ আতংকৰ সময়তে পশ্চিম কাৰ্বিআংলঙত কপিলী নদীয়ে লৈছে সংহাৰী ৰূপ। বিপদ সীমাৰ ওপৰে ...

Page 111 of 265 1 110 111 112 265
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist