অসমত পুনৰ ৩৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:
ষ্টাফ ৰিপ'ৰ্টাৰ: ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19 ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২২৩১৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৫৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ...
















