দিল্লীত মৃত্যু কভিড-১৯ ত আক্ৰান্ত বোকাখাতৰ অজিত শইকীয়াৰঃ লোকনায়ক হস্পিটেলে নজনালে পৰিয়ালক, পাঁচদিন মৰ্গত পৰি থাকিল মৃতদেহঃ
ASSAM TIMES POST অজন্তা তালুকদাৰ, বোকাখাত: দিল্লীত মৃত্যু ঘটিছে বোকাখাতৰ কভিড-১৯ত আক্ৰান্ত ৰোগী অজিত শইকীয়াৰ (৬১)। দিল্লীৰ লোকনায়ক জয় প্ৰকাশ...

















