ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

British Press I জয়শংকৰৰ সৈতে আলোচনাত বিবিচিৰ প্ৰসংগ উত্থাপন ব্ৰিটিছ বৈদেশিক সচিবৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 1, 2023
Reading Time: 1 min read
A A
0
British Press I জয়শংকৰৰ সৈতে আলোচনাত বিবিচিৰ প্ৰসংগ উত্থাপন ব্ৰিটিছ বৈদেশিক সচিবৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

পুনৰ এবাৰ বিবিচি (BBC)ৰ কাৰ্যালয়ত ‘আয়কৰ জৰীপʼৰ প্ৰসংগত সক্ৰিয় হৈ উঠে ব্ৰিটেইনৰ ঋষি চুনক চৰকাৰ। বুধবাৰে নতুন দিল্লী (In Delhi)ত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ (Minister S Jaishankar) সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত (Bilateral meeting) এই বিষয়টো উত্থাপন কৰে ব্ৰিটিছ (British) বৈদেশিক সচিব জেমছ ক্লিভাৰলিয়ে (Secretary of State James Cleverly)।

জয়শংকৰ
জয়শংকৰৰ সৈতে আলোচনাত বিবিচিৰ প্ৰসংগ:

ইয়াৰ পূৰ্বে ব্ৰিটিছ প্ৰেছ (British Press)ৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত ‘আয়কৰ জৰীপʼৰ বিষয়ে ব্ৰিটিছ চৰকাৰে মুখ খুলিছিল। বিবিচিৰ পক্ষত থিয় হৈ চুনক চৰকাৰে ব্ৰিটিছ সংসদলৈ দিয়া এক বিবৃতিত কয় যে সম্পাদকীয় স্বাধীনতা সংবাদ মাধ্যমৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াক নষ্ট কৰা কাম নকৰিব। ইংলেণ্ডে নিজৰ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ গৌৰৱ কৰে।

ইয়াৰ পিছত ব্ৰিটিছ বৈদেশিক সচিবে পুনৰবাৰ বিবিচিৰ প্ৰসঙ্গ উত্থাপন কৰাক ‘তাৎপৰ্যপূৰ্ণ’ বুলি উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ পটভূমিত ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগত বুজাবুজি বৃদ্ধি পাইছে। এই পৰিবেশত কূটনৈতিক আলোচনাত বিবিচিৰ বিষয়টো বাৰে বাৰে উত্থাপন হোৱাৰ লগে লগে ভাৰতৰ অস্বস্তি বাঢ়ি অহাৰ ইংগিত পোৱা গৈছে। জি-২০ৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে ব্ৰিটেইনকে ধৰি বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকল। মূল বৈঠকৰ উপৰি বুধবাৰে ভাৰত আৰু ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাটত সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছিল। শেহতীয়াকৈ বিবিচিয়ে ইয়াৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। যাৰ প্ৰথম খণ্ডটো মোদী চৰকাৰে দেশত সম্প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ফলত দেশত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বাহ্যিক জগতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। এই ঘটনাৰ এসপ্তাহৰ পাছত ব্ৰিটেইনৰ সংসদ ভৱন এই সন্দৰ্ভত আলোচনাত সক্ৰিয় হৈ পৰে।

ইংলেণ্ডৰ প্ৰথমজন পাগুৰি পৰিহিত শিখ সাংসদ তনমজিৎ সিং ধেচিয়েও দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কাৰ্যালয়ত ৫৯ ঘণ্টীয়া তালাচীৰ বিষয়টো উত্থাপন কৰে। এই প্ৰসংগত তেওঁ কয়, “ইংলেণ্ডত আমি আমাৰ প্ৰেছ স্বাধীনতাক লৈ অতি গৌৰৱান্বিত অনুভৱ কৰোঁ। বিবিচি বা অন্যান্য সুনামধন্য সংবাদ মাধ্যমে ইংলেণ্ড চৰকাৰ, ইয়াৰ প্ৰধানমন্ত্ৰী আৰু বিৰোধীক যিদৰে সমালোচনা কৰে, আমি এই পথৰ পৰা আঁতৰি যোৱাৰ কথা ভবা নাই।

” কাৰণ, এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পিছত এই ‘আয়কৰ সমীক্ষা’ই গণতান্ত্ৰিক মূল্যবোধ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কে বহু প্ৰশ্নৰ উত্থাপন কৰে।উল্লেখ্য, কিছুদিন পূৰ্বে ভাৰতৰ আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত ৫৯ ঘণ্টা ধৰি অভিযান চলাইছিল। ভাৰতীয় কৰ কৰ্তৃপক্ষই দাবী কৰিছে যে বিবিচিয়ে কৰ ৰেহাই সন্দৰ্ভত বিভিন্ন অনিয়ম সংঘটিত কৰিছে। সেইটোৱেই হৈছে অবিৰত অভিযানৰ উৎস।

কিন্তু আয়কৰ বিভাগে এবাৰো ইয়াক তালাচী বা অভিযান হিচাপে চিনাক্ত কৰা নাই। আৰম্ভণিৰে পৰাই আয়কৰ ‘পৰ্যালোচনা’ বুলি অভিহিত কৰিছে। কিন্তু ব্ৰিটিছ সংসদত জৰীপ নহয়, পূৰ্ণাংগ অনুসন্ধান অভিযানৰ কথাহে চৰ্চা হৈছে।

Tags: BBCBritish PressS JaishankarSecretary of State James Cleverlyবিবিচিব্ৰিটিছ প্ৰেছ
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx