ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পুত্ৰ সন্তান বিচাৰি দিনৰ পিছত দিন ছাত্ৰীক ধৰ্ষণ! পত্নীয়েও দিছিল সঙ্গ

নিউজ ডেস্কঃ

News Desk by News Desk
April 26, 2023
Reading Time: 1 min read
A A
0
পুত্ৰ সন্তান বিচাৰি দিনৰ পিছত দিন ছাত্ৰীক ধৰ্ষণ! পত্নীয়েও দিছিল সঙ্গ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

দিনৰ পিছত দিন ধৰি এগৰাকী ছাত্ৰীক ধৰ্ষণ (Rape of student) কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী অধ্যাপকৰ (Professor) বিৰুদ্ধে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰৰ (Maharashtra) বাবাছাহেব আম্বেদকাৰ মাৰাথৱাড়া বিশ্ববিদ্যালয়ৰ (Babasaheb Ambedkar Marathwada University) সেই অধ্যাপকজনক। লগতে পত্নীকো সোধা-পোছা কৰা হৈছে।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ হৈ অধ্যাপকগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, অভিযুক্তই এবছৰতকৈও অধিক সময় ধৰি ছাত্ৰীগৰাকীৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই অপৰাধত অধ্যাপকগৰাকীৰ পত্নীয়েও তেওঁৰ লগত সংগ দিছিল। দম্পতীহালে এটা পুত্ৰ সন্তান বিচাৰে। তাৰ বাবেই ছোৱালীজনীক বাৰে বাৰে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযুক্তই কিশোৰীগৰাকীৰ পৰিয়ালকো হাৰাশাস্তি কৰে।

RAPE1 | ASSAM TIMES POST

আৰক্ষীয়ে দম্পতীহালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ১০৯, ৫০৪ আৰু ১১৪ ধাৰাত গোচৰ ৰুজু কৰিছে। অভিযুক্ত বাবাছাহেব আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ নাট্য শিক্ষক বুলি জানিবলৈ দিয়ে। ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেওঁ অনলাইনযোগে বিশ্ববিদ্যালয়ৰ ক্লাছ লৈছিল। তাৰ পৰাই তেওঁ ভুক্তভোগী ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহে। অভিযোগ অনুসৰি, তেওঁ ছাত্ৰীগৰাকীক নিজৰ ঘৰত পৰিয়ালৰ সৈতে থাকিবলৈ পতিয়ন নিয়াইছিল।

অভিযোগত ছাত্ৰীগৰাকীয়ে কয় যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে তেওঁ অধ্যাপকগৰাকীৰ ঘৰত বাস কৰিছিল। সেই সময়ছোৱাত তেওঁক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল। এই ঘটনাৰ কথা ছাত্ৰীগৰাকীয়ে অধ্যাপকগৰাকীৰ পত্নীক জনায়। কিন্তু অভিযোগ অনুসৰি পত্নীয়ে প্ৰতিবাদ নকৰিলে। বৰঞ্চ তেওঁ ছাত্ৰীগৰাকীক কʼলে যে তেওঁলোকে তেওঁৰ পৰা এজন পুত্ৰ সন্তান বিচাৰে।

অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীয়ে ঘৰলৈ উভতি যায় যদিও ফোন কৰি হাৰাশাস্তি কৰে। অধ্যাপকগৰাকীৰ ঘৰৰ পৰা তেওঁৰ পৰিয়াললৈ বিভিন্ন ভাবুকিও আহে। ছাত্ৰীগৰাকীয়ে প্ৰথমে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো অৱগত কৰে। তাৰ পিছত তেওঁৰ পৰিয়াল আৰক্ষীৰ কাষ চাপে। অৱশেষত অধ্যাপকজনক গ্ৰেপ্তাৰ কৰা হয়।

Tags: Babasaheb Ambedkar Marathwada UniversityMaharashtraRapeধৰ্ষণবাবাছাহেব আম্বেদকাৰ মাৰাথৱাড়া বিশ্ববিদ্যালয়
Share4Tweet3Send

Related Posts

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু  ‎
National-International

‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু ‎

by Staff Reporter
June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx