অসমত আকৌ ৪৯৩৬জন ক’ৰোনাত আক্ৰান্ত:
ষ্টাফ ৰিপ'ৰ্টাৰ: ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬১৩৭৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৯৩৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ টুইটাৰযোগে এই ...
















