Tag: featured3

৩০ বছৰ খোজকাঢ়ি চিঠি বিলোৱা ‘চিৰ তৰুণ’ পোষ্টমেনগৰাকী!

৩০ বছৰ খোজকাঢ়ি চিঠি বিলোৱা ‘চিৰ তৰুণ’ পোষ্টমেনগৰাকী!

বিশেষ প্ৰতিবেদন: তামিলনাডুৰ এক অখ্যাত ব্যক্তি ডি শিবন। প্ৰায় ৩০ বছৰ ধৰি নীলগিৰি পাহাৰৰ পথেৰে প্রতিদিনে ১৫ কিলোমিটাৰ খোজকাঢ়ি বিলাই ...

ক’ৰোনা সংক্ৰমণ : বিশ্বজুৰি প্ৰায় এক কোটি শিশু কোনো দিনেই যাব নোৱাৰে বিদ্যালয়লৈ

ক’ৰোনা সংক্ৰমণ : বিশ্বজুৰি প্ৰায় এক কোটি শিশু কোনো দিনেই যাব নোৱাৰে বিদ্যালয়লৈ

নিউজ ডেক্স: বিশ্বজুৰি ক’ৰোনা বিপৰ্যয়ৰ ফলত শিশুৰ স্বাস্থ্য লৈ উদ্বেগ প্ৰকাশ কৰি চাঞ্চল্যকৰ তথ্য উলিয়াই দিছিল ইউনিছেফে৷ কিছুদিনৰ আগতে 'লান্সট ...

পাকিস্তানত মুছলিম ছদ্মবেশত থকা দুই ভাৰতীয় চোৰাংচোৱা:

পাকিস্তানত মুছলিম ছদ্মবেশত থকা দুই ভাৰতীয় চোৰাংচোৱা:

বিশেষ প্ৰতিবেদন: ভাৰত বিশ্বৰ সকলোতকৈ উর্বৰ আৰু প্রতিভাশালী দেশ। সেই কাৰণে যুগ যুগ ধৰি ভাৰতৰ ওপৰত বিদেশী শক্তিৰ নজৰ আছে। সেই কাৰণে ...

ৰাহুলৰ হস্তক্ষেপেও গা লৰাব পৰা নাই : বিধায়কৰ ভিডিও দেখুৱাই শক্তি প্ৰদৰ্শন শচীন পাইলটৰ

ৰাহুলৰ হস্তক্ষেপেও গা লৰাব পৰা নাই : বিধায়কৰ ভিডিও দেখুৱাই শক্তি প্ৰদৰ্শন শচীন পাইলটৰ

নিউজ ডেস্ক:  সোমবাৰে দিনৰ শেষত অনুমান হৈছিল, এইবৰ বৰফ গলিব। প্রিয়াঙ্কা গান্ধীয়ে বুজাই পাইলটক দললৈ ওভতাৰ বাবে জন্য ৰাজী কৰাব! ...

‘ডিজিটেল ইণ্ডিয়া’ত গুগলৰ ৭৫ হাজাৰ কোটি বিনিয়োগ

‘ডিজিটেল ইণ্ডিয়া’ত গুগলৰ ৭৫ হাজাৰ কোটি বিনিয়োগ

নিউজ ডেস্ক: নোভেল ক'ৰোনাৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ দিয়া লকডাউনে দেশৰ অর্থনীতিত পেলাইছে ক্ষতিকৰ প্রভাৱ। তেনে এক পৰিস্থিতিতে ভাৰতত ৭৫ ...

দুৰ্ঘটনাত গাড়ীৰ তলত সোমোৱা মাতৃৰ পেটৰ পৰা ওলাল নমহীয়া সন্তান! তাৰ পিছত?

দুৰ্ঘটনাত গাড়ীৰ তলত সোমোৱা মাতৃৰ পেটৰ পৰা ওলাল নমহীয়া সন্তান! তাৰ পিছত?

নিউজ ডেস্ক: কথাতে কয় বোলে, ৰাখে হৰি মাৰে কোনে! নহ'লেনো মাকৰ গর্ভৰ পৰা ছিটিকি পৰিও মৃত্যুৰ সৈতে এঘৰী যুঁজিব পাৰেনে ...

কংগ্ৰেছৰ ৯৭ বিধায়কৰে শক্তি দেখুৱালে মুখ্যমন্ত্ৰী অশোক গেহলটে:

কংগ্ৰেছৰ ৯৭ বিধায়কৰে শক্তি দেখুৱালে মুখ্যমন্ত্ৰী অশোক গেহলটে:

নিউজ ডেক্স: নিজৰ ক্ষমতা দেখুৱাই দিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে৷ ইয়াৰ লগতে এটা কথা নিশ্চিত কৰিলে যে ১০জনৰ বেছি বিধায়ক ...

লাডাখৰ চীন সীমান্তত ভাৰতে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং

লাডাখৰ চীন সীমান্তত ভাৰতে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং

নিউজ ডেক্স: চীনৰ সৈতে চলা সীমান্ত বিবাদৰ কথা মনত ৰাখি ভাৰতীয় ৰে'লে লেহ-লাডাখ পর্যন্ত নতুন ৰে'ল লাইন নিৰ্মাণৰ প্রকল্পত গতি ...

ৰাষ্ট্ৰীয় স্তৰৰ ক্ৰীড়াত সোণৰ পদক বিজেতা একালৰ ক্রীড়াবিদ এতিয়া মনৰেগাৰ শ্রমিক:

ৰাষ্ট্ৰীয় স্তৰৰ ক্ৰীড়াত সোণৰ পদক বিজেতা একালৰ ক্রীড়াবিদ এতিয়া মনৰেগাৰ শ্রমিক:

নিউজ ডেস্কঃ সংসাৰৰ অভাৱ-অনাটনৰ মাজত আধৰুৱা হৈয়ে থাকি গ'ল হাৰিয়ানাৰ শিক্ষাৰ স্বপ্ন। আর্থিক অস্বচ্ছলতাৰ কাৰণে ঠিকমতে কৰাই নহ'ল আৰু প্রশিক্ষণ। ...

Page 68 of 115 1 67 68 69 115
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist