পাকিস্তানৰ বিৰুদ্ধে মেচৰ খলনায়ক অৰ্শদীপ ‘খালিস্তানী’! ৱিকিপিডিয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ
দেওবাৰে পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত ৱিকিপিডিয়াত সলনি হʼল অৰ্শদীপ সিঙৰ জন্মস্থান।জনপ্ৰিয় ৱেবচাইটত ভাৰতীয় বলাৰগৰাকীৰ বৰ্ণনাত জাতীয় দলৰ কাষতে লিখা...
















