চণ্ডীগড়ত ২৫ হাজাৰ ব্যক্তিৰ প্ৰতিচ্ছবিৰে বিশ্বৰ সৰ্ববৃহৎ জাতীয় পতাকাৰ প্ৰতিচ্ছবি গঠনঃ গিনিজ বুকত স্থান লাভ:
চণ্ডীগড়ত চণ্ডীগড় বিশ্ববিদ্যালয় আৰু অন্যান্য মহাবিদ্যালয়ৰ প্ৰায় ৫,৮৮৫ গৰাকী শিক্ষাৰ্থীয়ে এনআইডি ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱ সকলৰ সহযোগত অভিলেখ সৃষ্টি কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...
















