বহিঃৰাজ্যত মৃত্যু দুলীয়াজানৰ নাওশলীয়াৰ শ্ৰদ্ধা বৰুৱাঃ
দুলীয়াজানৰ নাওশলীয়াৰ শ্ৰদ্ধা বৰুৱা নামে যুৱতী গৰাকীৰ মৃত্যু হৈছে বহিঃৰাজ্যত।যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত...
দুলীয়াজানৰ নাওশলীয়াৰ শ্ৰদ্ধা বৰুৱা নামে যুৱতী গৰাকীৰ মৃত্যু হৈছে বহিঃৰাজ্যত।যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিনী চেক্টৰ ১৭ত...
২০২০ চনত তেওঁ বʼৰ্ড পৰীক্ষাত প্ৰথম হʼব বুলি কৈছিল। আচৰিতভাৱে যেতিয়া চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ওলাল তেতিয়া সকলো স্তম্ভিত হৈ...
ৰাজস্থানত বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত।দুজন লোক নিহত। ইতিমধ্যে আদালতে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজস্থানৰ বৰ্মেৰৰ ভীমৰা সমীপত সংঘটিত হৈছে এই...
ভাড়াতীয়াই ফ্লেটৰ মালিকক সোমাবলৈ নিদিলে। অৱশেষত ফ্লেটটোৰ মালিক বুঢ়া দম্পতীহালে চাৰিদিন চিৰিৰ ওপৰত কটালে ভাড়াতীয়াজনক উচ্ছেদ কৰি নিজৰ ফ্লেটত প্ৰৱেশ...
সমগ্ৰ বিশ্বতে মাংকিপক্সৰ সংক্ৰমণ বিয়পি পৰিছে।এই পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছে। হুই জনোৱা মতে, মাংকিপক্স ৰোগীৰ অধিকাংশই সমকামী...
তালিগঞ্জ কৰুণাময়ী, বালিগঞ্জ আৰু বেলঘৰিয়াৰ পিছত এইবাৰ নৰ্থ ২৪ পৰগনাৰ চাইনা পাৰ্কত উদ্ধাৰ হʼল অৰ্পিতা মুখাৰ্জীৰ ফ্লেট! বৃহস্পতিবাৰে চাইনা পাৰ্কৰ...
সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জিলা তথ্য আৰু জনসংযোগ...
অধিবেশনৰ সময়ত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় আৰু তিনিজন বিৰোধী সাংসদক। বৃহস্পতিবাৰে নিলম্বন কৰা হয় অসম...
গুজৰাটত অব্যাহত আছে বিষাক্ত সুৰা খাই হোৱা মৃত্যু সমদল। যোৱা ৫ দিনত দুখন জিলাত বিষক্ৰিয়াৰ ফলত ৪২ জন লোকৰ মৃত্যু...
বৰপেটাৰোডৰ শিমলাগুৰিত মহিলাৰ পৰা টকাৰ বেগ কাঢ়িবলৈ লওঁতেই দুৰ্ঘটনাত প্ৰাণ গ'ল বিহাৰৰ কিষাণগঞ্জৰ নিবাসী আমিৰ গোৱালাৰ। আনহাতে, আহতপ্ৰাপ্ত হৈছে ৰোহিত...
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx